নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ নিৰ্দেশ চৰকাৰৰঃ বিদ্যালয়ত শিক্ষকৰ বাবে নিষিদ্ধ জীনছ, টি-ছাৰ্ট, লেগিংছ

শিক্ষানুষ্ঠানত শিক্ষকৰ বাবে DRESS CODE মহিলা শিক্ষকৰ বাবে নিষিদ্ধ জীনছ, টি-ছাৰ্ট, লেগিংছ, জকমকীয়া পোছাক আৰু পাৰ্টী ড্ৰেছ পুৰুষ শিক্ষকৰ বাবে নিষিদ্ধ জীনছ, টি-ছাৰ্ট, CASUALS, জকমকীয়া পোছাক আৰু পাৰ্টী ড্ৰেছ শালীনতা ৰক্ষা কৰি শিক্ষকে…

টেঙাখাতত প্ৰতিভা সন্ধানী পৰীক্ষা ’জ্ঞান-মালিনী’ সম্পন্ন 

নিয়মীয়া বাৰ্তা, ২০ মে': ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ খণ্ড শৈক্ষিক সমল গোটৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত অষ্টম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষা ’জ্ঞান-মালিনী’ কালি সফলতাৰে সম্পন্ন হৈ যায়৷ শিক্ষাখণ্ডটোৰ অন্তৰ্গত টেঙাখাত, দুলীয়াজান আৰু…

৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰা হ’ব তিনিবছৰে একেস্থানত থকা আৰক্ষী বিষয়াকঃ DGP

নিয়মীয়া বাৰ্তা, ২০ মে': ৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰা হ'ব তিনিবছৰ একেস্থানত থকা অসম আৰক্ষী বিষয়াক। সকলো জিলাৰে পৰা এনেধৰণৰ বিষয়াৰ তালিকা বিচাৰিছে অসম আৰক্ষীয়ে। আজি এক সংবাদমেল সম্বোধন কৰি অসম আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কয়- অসম আৰক্ষীৰ…

জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ক অৰ্পণ

জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ক অৰ্পণ DGP জি পি সিংৰ অনুৰোধ মৰ্মে CBI ক তদন্তৰ দায়িত্ব নগাঁও-লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলি বদলি কৰা হৈছে দুয়োখন জিলাৰে একাধিক আৰক্ষী বিষয়াকো নগাঁৱৰ SP লীনা দলেক বদলি লখিমপুৰৰ SP বেদান্ত…

জি–৭ সন্মিলনত অংশগ্রহণ কৰিবলৈ জাপানত প্রধানমন্ত্রী নৰেন্দ্র মোদী

নিয়মীয়া বাৰ্তা, ২০ মে': জি–৭ সন্মিলনত অংশগ্রহণ কৰিবলৈ  প্রধানমন্ত্রী নৰেন্দ্র মোদী জাপানৰ হিৰোছিমানত উপস্থিত হৈছে৷ ১৯৭৪ চনৰ পিছত প্রথমগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে হিৰোছিমাত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিপুল আদৰণি জনায়…

২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ

নিয়মীয়া বাৰ্তা, ২০ মে': বিমুদ্রাকৰণৰ পিছত প্রচলিত ২০০০ টকীয়া নোটৰ প্রচলন বন্ধ কৰাৰ বৃহৎ সিদ্ধান্ত ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)ৰ৷ আৰবিআয়ে ২০০০ টকীয়া নোটৰ প্রচলন বন্ধ কৰিলেও ইয়াৰ বৈধতা থাকিব৷ চলি থকা এই ২০০০ টকীয়া নোট ব্যৱহাৰ কৰি থাকিব পাৰিব৷…

প্রতিবেদনত কিয় বাৰে বাৰে ব্যৱহাৰ কৰিছে এপ্রক্সিমেট শব্দঃ জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’টত…

জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’টত চূড়ান্ত গাফিলতিৰ অভিযোগ জিএমচিএইচৰ ফৰেনছিক বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক ডাঃ প্রতাপ চন্দ্র শর্মাৰ প্রত্যাহ্বান এয়া চিকিৎসকৰ ৰিপ’ট হ’বই নোৱাৰে অৱহেলিতভাৱে প্রস্তুত কৰা হৈছিল মৰণোত্তৰ…

আগন্তুক লোকসভা নির্বাচনক লৈ ৰাজ্যিক বিজেপিৰ বিশেষ প্রস্তুতিঃ ৩০ মে’ৰ পৰা ৩০ জুনলৈ মহাসম্পর্ক অভিযান

 এক লাখ লোকক স্পর্শ কৰাৰ লক্ষ্য সমালোচকৰ কাষ চাপিব ৰাজ্যিক নেতৃত্ব নিয়মীয়া বাৰ্তা, ২০ মে': একাংশ জ্যেষ্ঠ নেতাৰ অসন্তুষ্টিৰ সমান্তৰালকৈ একাংশ বিষয়ববীয়াৰ অপৰাধৰ সৈতে সম্পর্কক লৈ ৰাজ্যিক বিজেপিত সৃষ্টি হৈ থকা কিছু খাম–খেয়ালিৰ…

১০০ ঘণ্টাত নির্মাণ সম্পূর্ণ গাজীয়াবাদ–আলীগড় এক্সপ্রেছ ৱে’ৰ ১০০ কিলোমিটাৰ পথ

পথ নির্মাণত ভাৰতে অভিলেখ গঢ়িলে ১০০ ঘণ্টাত নির্মাণ সম্পূর্ণ গাজীয়াবাদ–আলীগড় এক্সপ্রেছ ৱে’ৰ ১০০ কিলোমিটাৰ পথ নিয়মীয়া বাৰ্তা, ২০ মে': নির্ধাৰিত সময়তকৈ পূর্বেই নহয়, অতি কম সময়তে পথ নির্মাণ কৰি ইতিমধ্যে কেইবাটাও অভিলেখ গঢ়া ভাৰতে আন…

আদানি গ্রুপলৈ সকাহ: প্রাৰম্ভিক তদন্তত ষ্টকৰ ক্ষেত্রত নিয়ম উলংঘন কৰা নাই

উচ্চতম ন্যায়ালয়ৰ নিযুক্ত কমিটীৰ ক্লীনশ্বিট আদানি গ্রুপক নিয়মীয়া বাৰ্তা, ২০ মে': অর্থনৈতিক কেলেংকাৰিক লৈ বহু বিতর্কত সোমাই পৰা আদানি গ্রুপলৈ সকাহ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কমিটীৰ৷ প্রাৰম্ভিক তদন্তত ষ্টকৰ ক্ষেত্রত আদানি গ্রুপে…