ধৰমশালাত আজি প্রথম এদিনীয়া
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো আজিৰ পৰা আৰম্ভ হ’ব ৷ ধৰমশালাত শৃংখলাটোৰ প্রথমখন মেচ অনুষ্ঠিত হ’ব ৷ নিউজিলেণ্ডত খেলা এদিনীয়া শৃংখলাটোত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছত বিৰাট…