নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ অনুষ্ঠানৰ ৯০ শতাংশ টিকট ক্ৰয় অসমীয়া দৰ্শকৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ টাইম্ছ অৱ ইণ্ডিয়া গ্রুপে আয়োজন কৰা বৰ্ণাঢ্য ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ ৯০ শতাংশ টিকট ক্ৰয় কৰিছে অসমৰ দৰ্শকে । বৃহস্পতিবাৰে এই কথা সদৰী কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । সংবাদমেলত…

কাজিৰঙাৰ উচ্ছেদিত ভূমিত পুনৰ বেদখল; খেতি কৰাৰ ছলেৰে সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে শাসনভাৰ গ্ৰহণ কৰিয়েই উচ্ছেদ চলোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিত পুনৰ আৰম্ভ হৈছে বেদখল । কাজিৰঙাৰ দাঁতি কাষৰীয়া বান্দৰডুবি আৰু দেওচুৰ চাঙৰ উচ্ছেদিত ভূমিত পুনৰ আৰম্ভ হৈছে…

পিচিচিএফ অভিজিৎ ৰাভাৰ দুর্নীতিৰ তদন্তত ওলাইছে ন ন তথ্য

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ সামঞ্জস্যহীন সম্পত্তি আৰু নগদ ধনেৰে দুর্নীতিৰ পাহাৰ গঢ়া পিচিচিএফ অভিজিৎ ৰাভাৰ বিৰুদ্ধে তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই চলাই থকা তদন্তত নিতৌ উদ্ধাৰ হৈছে নতুন নতুন তথ্য৷ শেহতীয়াকৈ গুৱাহাটীৰ বাসভৱন আৰু বন…

কুখ্যাত জইচৰ নেতৃত্বত ‘গজনবী ফ’চঃ ভাৰতত পুনৰ পুলৱামাসদৃশ আক্ৰমণৰ ব্লুপ্ৰিণ্ট

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ সন্ত্ৰাসবাদী কাৰ্যকলাপেৰে ভাৰতক অশান্ত কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে পাকিস্তানে । চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰখনৰ চোৰাংচোৱা সংস্থা আইএছআয়ে ভাৰতক ৰক্তাক্ত কৰাৰ বাবে নিষিদ্ধ সংগঠন জইচ-ই-মহম্মদৰ নেতৃত্বত গঠন কৰিছে…

অসমবিৰোধী শ্বার্জিল ইমামক জিম্মাত ল’লে অসম আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি প্ৰদান কৰি ৰাষ্ট্ৰদ্ৰোহ গোচৰত অভিযুক্ত চাৰ্জিল ইমামক অসমলৈ অনাৰ পথ প্ৰশস্ত হ'ল । শেহতীয়াকৈ দিল্লীত বাহৰ পাতি থকা অসম আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে এইক্ষেত্রত দিল্লীৰ পাতিয়ালা…

উইপ্র’ৰ বকেয়া ৭০ কোটি টকা আদায় নিদিয়া বাবে অচল ৱেবছাইট

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৭০ কোটি টকা অনাদায়ৰ বাবেই ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) ৱেবছাইট এতিয়া অচল হৈ আছে৷ এন আৰ চিৰ ৱেবছাইট চোৱাচিতা কৰাৰ দায়িত্বত থকা আই টি কোম্পানী উইপ্র’ৰ তৰফৰ পৰা বৃহস্পতিবাৰে এই কথা প্রকাশ কৰা হৈছে৷ তদুপৰি ৩…

বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিকক দলবদ্ধ আক্রমণ

নিয়মীয়া বার্তা ১৪ ফেব্রুৱাৰীঃ বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তর্গত খৰিচালা চিটাঘাটত চলি থকা জুৱা খেলৰ বাতৰি সংগ্রহ কৰিবলৈ যাওঁতে আক্রমণৰ সন্মুখীন হয় কেইবাজনো সাংবাদিক৷ ৰাইজ আৰু সাংবাদিকক দেখি প্রথমে জুৱাৰীসকলে পলাবলৈ চেষ্টা কৰে যদিও কিছু সময়…

NRC ৰ পাছৱৰ্ড লৈ অন্তৰ্ধান হোৱাৰ সন্দৰ্ভত এজুপি বৰুৱাৰ স্পষ্টীকৰণ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ সৃষ্টি হোৱা বিতর্ক প্রসংগত স্পষ্টীকৰণ দাঙি ধৰিছে এন আৰ চিৰ প্রাক্তন প্রকল্প প্রৱন্ধক এজুপি বৰুৱাই৷ বৃহস্পতিবাৰে এজুপি বৰুৱাই ই–মেইলযোগে ‘নিয়মীয়া বার্তা’লৈ প্রেৰণ কৰা স্পষ্টীকৰণত তেওঁৰ বিৰুদ্ধে…

অমিত শ্বাহক দাখিল কৰিব ৬নং দফা কমিটীৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ নিৰ্ধাৰিত হৈছে অসমীয়াৰ সংজ্ঞা । সাজু হৈছে প্ৰতিবেদনো । তথাপি নিৰ্ধাৰিত সময়ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে অসম চুক্তিৰ ৬ নং দফা কমিটীয়ে । উল্লেখ্য যে ১৫ ফেব্ৰুৱাৰীৰ…

আমিনগাঁৱত বিহাৰ অভিমুখী টেংকাৰৰ পৰা জব্দ ৬০৬ কেজি গাঞ্জা

নিয়মীয়া বার্তা ১৪ ফেব্রুৱাৰীঃ ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্রীৰ ৰমৰমীয়া বেহা৷ অসাধু চক্রই সলনি কৰিছে অবৈধ সামগ্রী সৰবৰাহৰ কৌশল৷ ৰাজপথত তেল সৰবাহকাৰী টেংকাৰসমূহ এতিয়া হৈ পৰিছে ড্রাগ্ছ সৰবৰাহৰ প্রধান মাধ্যম৷ তেলৰ পৰিৱর্তে এতিয়া টেংকাৰেৰে…