নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰিৰ পানীৰে শিক্ষার্থীৰ মধ্যাহ্ণ ভোজনৰ খাদ্য প্রস্তুত

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ চৰকাৰ অথবা বিটিচি পৰিষদীয় চৰকাৰৰ অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এখন বিদ্যালয়ৰ ছবিয়ে শিক্ষাপ্রেমী ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷বাগ্সাৰ ভাৰত–ভূটান সীমান্তৱর্তী পশ্চিম দেওচুঙা প্রাথমিক বিদ্যালয়ত নাই কোনো…

আৰক্ষী–প্রশাসনৰ সালসলনি

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে এক নির্দেশযোগে অসম আৰক্ষীৰ কিছু সালসলনি ঘটাইছে৷ সেই অনুসৰি চি আই ডিৰ ডি আই জি মৃদুলানন্দ শর্মাক ভিজিলেন্স এণ্ড এণ্টি কৰাপচনৰ ডি আই জি হিচাপে বদলি কৰা হৈছে৷ ভিজিলেন্স এণ্ড…

বেদখলক লৈ উত্তেজনাঃ অৰুণাচলী লোকৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ তথা লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ পথালিপাম বন খণ্ডৰ দুলুং সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ বেদখল লৈ সৃষ্টি হোৱা উত্তেজনা অব্যাহত আছে । অসম চৰকাৰৰ নিৰ্দেশত বনাঞ্চলতখনত নিৰ্মাণ হোৱা…

ধনৰ বিনিময়ত যুৱক–যুৱতীক বৃদ্ধ পেন্সন

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ  নগাঁও জিলাৰ ৰূপহীহাট উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত বৃদ্ধ পেন্সন আঁচনিক কেন্দ্র কৰি ব্যাপক দুর্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উন্নয়ন খণ্ডটোৰ অন্তর্গত হাতীপুখুৰী গাঁও পঞ্চায়তত উক্ত আঁচনিৰ…

গুৱাহাটীত নিকন ইণ্ডিয়াৰ নতুন এক্সপিৰিয়েন্স জ’ন মুকলি

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ টকিঅ’ৰ নিকন কর্প’ৰেচনৰ সহযোগী নিকন ইণ্ডিয়াই  বৃহস্পতিবাৰে গুৱাহাটীত মুকলি কৰে তৃতীয়তো এক্সপিৰিয়েন্স জ’ন৷ মহানগৰীৰ লাখটকীয়াৰ ব্রাহ্ম  সমাজ কমপ্লেক্সৰ জে পি কর্প’ৰেচনত এই নতন জ’নটো মুকলি কৰে পৰিচালন সঞ্চালক…

সূর্যবংশী লক্ষ্মী বম্ব পৃথ্বিৰাজ

বলীউডত ‘খিলাড়ী’ হিচাপে খ্যাত অক্ষয় কুমাৰে দর্শকক ২০১৯ বর্ষটোত চাৰিখনকৈ ছবি উপহাৰ দিয়ে৷ সেইকেইখন হ’ল– কেশৰী, মিছন মংগল, হাউছফুল–৪ আৰু গুড নিউজ৷ ঠিক তেনেদৰে ২০২০ বর্ষতো অক্ষয় কুমাৰৰ আহিবলগীয়া ছবিকেইখনৰ বিষয়ে সংক্ষিপ্তভাৱে আগবঢ়োৱা হ’ল–…

ৰুৰেল ষ্টাডিজ পাঠ্যক্রম

ভাৰতৰ গ্রামাঞ্চলেই দেশৰ অর্থনীতিৰ বুনিয়াদ গঢ়ে৷ এই পৰিপ্রেক্ষিততে চৰকাৰে গ্রামাঞ্চলক প্রাধান্য দিয়া দেখা যায়৷ দেশৰ শৈক্ষিক ব্যৱস্থাত গাঁও অঞ্চলক লৈ শৈক্ষিক প্রতিষ্ঠানসমূহত ৰুৰেল ষ্টাডিজ পাঠ্যক্রম এটা প্রচলিত হৈ আছে যদিও ইয়াক লৈ শিক্ষার্থীসকল…

আমাৰ জীৱনত অনুশীলনৰ গুৰুত্ব

জীৱনৰ প্রতিটো পদত অনুশীলনৰ গুৰুত্ব অপৰিসীম৷ আমি যিকোনো কাম অনুশীলন অবিহনে শিকিব বা কৰিব নোৱাৰোঁ৷ অনুশীলন বোলা কথাটোৱেই হ’ল অত্যন্ত পৰিশ্রমৰ কাম৷ এলাহ বা আৰামেই হ’ল বেছিভাগ  মানুহৰ  স্বভাৱ৷ এওঁলোক সময়ৰ প্রতি সচেতন নহয় বুলি আমি ক’ব পাৰোঁ৷ আমি…

হিউমেন কম্পিউটাৰ ইণ্টাৰেক্সন

হিউমেন কম্পিউটাৰ ইণ্টাৰেক্সন HCI) এক বিষয়, য’ত ব্যৱহাৰকাৰী আৰু কম্পিউটাৰৰ মাজৰ ইণ্টাৰফেচক মূল কেন্দ্রবিন্দু হিচাপে লৈ কম্পিউটাৰ প্রযুক্তিৰ ডিজাইন আৰু ব্যৱহাৰ সম্পর্কে অধ্যয়ন কৰা হয়৷ এইচ চি আই, কম্পিউটাৰ বিজ্ঞান, মনোবিজ্ঞান, ডিজাইন আদি বিষয়ৰ…

ৰঘুপতি

২০২০ বর্ষৰ আৰম্ভণিতে অসমীয়া ছবিজগতত পুনৰ এক আলোড়ন সৃষ্টি কৰাৰ লক্ষ্যৰে দৃশ্যগ্রহণ আৰম্ভ হৈছে জনপ্রিয় অভিনেতা ৰবি শর্মাৰ কাহিনী, সংলাপ আৰু অভিনয়েৰে ‘ৰঘুপতি’ নামৰ ছবিখনৰ৷ তৃষ্ণ মোচন পিকচার্ছৰ দ্বাৰা নিবেদিত, নৱপ্রজন্মৰ এগৰাকী প্রতিভাৱান…