নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ছয়গাঁৱত খেদি খেদি ৫ টা চোৰাং গৰু সহ ৪ জনক আটক

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ: ছয়গাঁও আৰক্ষীৰ পুৱতিনিশা অভিযান ৷ অভিযানত ৫ টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে চাৰি জন লোকক আটক ৷ আটক কৰা লোক কেইজন হ’ল ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত নজমুল হক, উজ্জ্বল দাস আজাৰাৰ দিপাংকৰ ৰাভা, ৰুবেনেশ্বৰ ৰাভাক ছয়গাঁৱৰ ভেৰভেৰীত গৰু আটক কৰে।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ বুলি গৰুকেইটা নি থকা অৱস্থাত ছয়গাওঁ আৰক্ষীৰ বিষয়া কপিল পাঠকে গৰুসহ আটক কৰে। চোৰাং গৰু কঢ়িয়াই অনা গাড়ীৰ নম্বৰ ক্ৰমে Aso1fc 8517 আৰু As25CC 0643

You might also like