নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাভা হাছঙক চৰকাৰে মাহী আইৰ দৃষ্টিৰে চাই-প্ৰদীপ ৰাভা

 

নিয়মীয়া বাতা ;১৯ মাৰ্চ::-কামৰূপ জিলাৰ বকোত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰদীপ ৰাভাৰ মন্তব্য-
বৰ্তমানৰ বিজেপি চৰকাৰখনে ৰাভা হাছংক মাহী আইৰ দৃষ্টিৰে চাইছে।এই চৰকাৰখনে কোনো জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ বাবে বা সেই জাতীটোক পৃথিৱীৰ বুকুত চিনাকী দিবৰ বাবে আমি দীৰ্ঘদিনে কৰি অহা দাবীক চৰকাৰখনে আওঁকান কৰিছে।তেওঁলোকে ৰাজনৈতিক দিশেৰে হে চাইছে।তেওঁলোকে জনসংখ্যাৰ ভিত্তিত হে এটা জাতি বা জনগোষ্ঠীক গুৰুত্ব দিছে।গতিকে আমিও আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ জনসংখ্যা আৰু ৰাজনৈতিক শক্তি আমি দেখুৱাবলৈ সাজু হম আৰু তেওঁলোকেও বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হব সাজু হওক।

প্ৰেৰক-ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like