মুখ্যমন্ত্ৰীৰ সভাৰ পৰা যাত্ৰী লৈ ওভতা বাছে প্ৰাণ কাঢ়িলে শিশুৰ, উত্তপ্ত পৰিস্থিতি
- ছমৰীয়াৰ বদলাত ভয়ংকৰ পথ দুৰ্ঘটনা
- যাত্ৰীবাহী বাছৰ খুন্দাত নিহত এটি শিশু
- মৃত শিশুটি আশ্ৰৱ আলীৰ পুত্ৰ ৰবিদুল ইছলাম (৭)
- বকোৰ মুখ্যমন্ত্ৰীৰ সভাৰ পৰা যাত্ৰী লৈ উভতি গৈ আছিল সঞ্জয় নামৰ বাছখন
- AS01-KC-5080 নম্বৰৰ বাছখনৰ খুন্দাত থিতাতে মৃত্যু হয় শিশুটিৰ
- ঘটনাস্থলীত উপস্থিত আৰক্ষী
- ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ