নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইবাহীত ২৮.১৫ গ্ৰাম ড্ৰাগছসহ ড্ৰাগছ ব্যৱসায়ীক আটক

  • মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ পুনৰ বৃহৎ সফলতা ৷
  • জিলাখনৰ চৰাইবাহীত ২৮.১৫ গ্ৰাম ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক মিকিৰভেটা আৰক্ষী।
  • মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মা আৰু ASI মানস জ্যোতি শইকীয়াৰ যৌথ নেতৃত্বত চলিছিল এই অভিয়ান ৷
  • অভিযানত চৰাইবাহীৰ পৰা মেঘালয়ৰ বৰ্নিহাটৰ ৰাজা গিৰী নামৰ এজনৰ ড্ৰাগছ ব্যৱসায়ীক আটক তৰিবলৈ সক্ষম হয়।
  • আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ২৮.১৫ গ্ৰাম ড্ৰাগছসহ ৭৮৫০ টকা জব্দ কৰিবলৈ সক্ষম হয় মিকিৰভেটা আৰক্ষীয়ে ৷

নিয়মীয়া বাৰ্তা, বাৰপূজীয়া, ২ জানুৱাৰী

You might also like