নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ

  • ঢকুৱাখনা আৰক্ষীৰ সাফল্য।
  • ঢকুৱাখনা জীয়ামৰীয়া গাঁৱত গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ।
  • ধুবুৰীৰ আপিজুল হক (৩৮)ৰ পৰা উদ্ধাৰ ০৮.৬১ গ্ৰাম ওজনৰ ড্ৰাগছখিনি।
  • ধুবুৰীৰ পৰা আহি ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাইছিল আপিজুলে।
  • ধুবুৰী জঙ্গীলা মনা মণ্ডলৰ পুত্ৰ আপিজুল ৷
  • আৰক্ষীয়ে এ এছ ০৭এ ৮০০৪ নম্বৰৰ মটৰচাইকেলসহ আটক কৰিছে আপিজুলক।
  • ঢকুৱাখনা আৰক্ষীৰ এই সফলতাক ক্‌তজ্ঞতা জনাইছে সচেতন মহলে ৷

নিয়মীয়া বাৰ্তা, সোণাৰি চাপৰি, ১১ ফেব্ৰুৱাৰী

You might also like