বৃদ্ধি হাতী-মানুহৰ সংঘাত : বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু
- বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ।
- ৰাজ্যত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ।
- তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ চামডাং টকৌৱনিত নিশা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল এজন লোকৰ।
- বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল চামডাং টকৌৱনি নিৱাসী অজয় ভূমিজ নামৰ এজন লোকৰ।
- খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে আক্ৰমণ কৰে অজয়ক।
- বন্যহস্তীৰ আক্ৰমণত থিতাতেই নিহত হয় অজয় ভূমিজৰ।
- নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে মৃতদেহটো৷
ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ