নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট আৰক্ষীৰ সফলতা, বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ আটক যুৱক

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ যোৰহাটৰ ককিলামুখৰ ৰূপক দত্ত নামৰ যুৱক এজনৰ পৰা যোৰহাট আৰক্ষীয়ে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ । যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫৫ ৰাউণ্ড গুলি সহ এটা ৯ এম এম পিষ্টল আৰু এটা. ২২ ৰিভ’লভাৰ । ৰূপকে মাৰাণস্ত্ৰ আৰু গুলি সমূহ যোৰহাটৰ পূবেৰুণ পথৰ এটা ভাড়াঘৰত থৈ দিছিল। উল্লেখ্য যে,এক বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে মৰাণস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয় ৰূপকক।

You might also like