নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ এই চিকিৎসালয়ত হ’ব কোৰোণা ৰোগীৰ ওপৰত যোগৰ প্ৰভাৱৰ অধ্যয়ণ

নিয়মীয়া বাৰ্তা,২০ ছেপ্টেম্বৰ: দিল্লীৰ এই চিকিৎসালয়ত হ’ব কোৰোণা ৰোগীৰ ওপৰত যোগৰ প্ৰভাৱৰ অধ্যয়ণ

যোগৰ জৰিয়তে কোৰোণা পৰা পৰিত্ৰাণ পাব পাৰি।

তাৰ পৰিপ্ৰেক্ষিততে,চিকিৎসক আৰু ধ্যান কৰাওতা সকলৰ দিল্লীৰ কমেও তিনি চিকিৎসালয়ত চলিব কোৰোণা ৰোগীৰ ওপৰত যোগৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ণ কৰিব।

অনুসন্ধানৰ সন্দৰ্ভত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে যোৱা এপ্ৰিল মাহত প্ৰস্তাৱ  দিল্লীৰ এই চিকিৎসালয়ত হ’ব কোৰোণা ৰোগীৰ ওপৰত যোগৰ প্ৰভাৱৰ অধ্যয়ণআগবঢ়াইছিল।

উল্লেখ্য যে, দিল্লীত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান,ৰাম মনোহৰ লোহিয়া চিকিৎসালয় আৰু ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটি হাস্পতালত অনুসন্ধান কৰা হৈছে।

You might also like