নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ ডিচেম্বৰৰ পৰা AJP ৰ গণ অভিৱৰ্তনঃ AJPত যোগদানৰ সম্ভাৱনা লুৰীণজ্যোতি গগৈৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ অহা ১৬ আৰু ১৭ ডিচেম্বৰত শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’ব অসম জাতীয় পৰিষদৰ গণ অভিৱৰ্তন। এই গণ অভিৱৰ্তনলৈ নিমন্ত্ৰণ জনোৱা হৈছে ৰাইজৰ দলকে ধৰি প্ৰায়সমূহ বিৰোধী দল সংগঠনক। ব্যাপক প্ৰস্তুতি চলোৱা হৈছে এই গণ অভিৱৰ্তনৰ বাবে।

ইপিনে সদ্যবিদায়ী আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই অভিৱৰ্তনতে এ জে পিত যোগদান কৰাৰ সম্ভৱণা আছে।

লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…

You might also like