নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ অ’এছডি হিচাপে পুনৰ নিযুক্তি নৱজিৎ পাটগিৰিক

মুখ্যমন্ত্রীৰ সচিবালয়ে প্রকাশ কৰা এক নির্দেশযোগে উল্লেখ কৰা হৈছে নৱজিৎ পাটগিৰিক মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়াৰ দায়িত্বত পুনৰ নিযুক্তি দিয়া হৈছে৷

নৱজিৎ পাটগিৰি মুখ্যমন্ত্রীৰ যোগাযোগ, জনসংযোগ প্রট’কলৰ দায়িত্বত থাকিব৷

উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালতো নৱজিত পাটগিৰি মুখ্যমন্ত্রীৰ অ’এছডিৰ দায়িত্বত আছিল

ডিজিটেল ডেস্ক, ১৭ মে’

You might also like