নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ কাছখাইটিত দুষ্পাপ্য প্ৰজাতিৰ ফেঁচা উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ  ৰূপহীহাটৰ কাছখাইটিত আজি দুষ্পাপ্য প্ৰজাতিৰ দুটা ফেঁচা উদ্ধাৰ কৰে ৷কাছখাইটি আদৰ্শ বিদ্যালয়ৰ পৰা উদ্ধাৰ ফেঁচা দুটা ৷ফেঁচা দুটা উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে বিদ্যালয় কতৃপক্ষই ৷
ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ফেঁচা দুটা উদ্ধাৰ কৰি লাওখোৱা অভয়াৰণ্যত এৰি দিয়ে ৷

You might also like