নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত দুই ড্ৰাগছ মাফিয়া আটক

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ  নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ আন এক সাফল্য ।ৰূপহীহাট আৰু নগাঁও আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে যৌথ অভিযান ৷

ৰূপহীহাটৰ ছাইদৰীয়াত অভিযান চলাই দুই ড্ৰাগছ মাফিয়াক আটক ৷ ধৃত দুই ড্ৰাগছ মাফিয়া ছাইদৰীয়াৰ আব্দুল ৰশিদ আৰু ৰমিজুল হক ৷ ড্ৰাগছ মাফিয়া কেইটাৰ পৰা ৪৯ টা কন্টেইনাৰ ভৰ্তি ড্ৰাগছৰ লগতে এখন মটৰচাইকেল জব্দ কৰে ৷ মটৰচাইকেল খনৰ নম্বৰ AS02AF7443. ৷

You might also like