নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড , তিনিটা ঘৰ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ:  সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড।সোণাৰিৰ ভৱানীপূৰৰ শংকৰ দত্তৰ ভাড়াঘৰত সংঘটিত হয় অগ্নিকাণ্ডৰ।অগ্নিকাণ্ডৰ ফলত নিমিষতে জুইত জাহ যায় তিনিটাকৈ বাসগৃহ।ধ্বংস হয় লক্ষধিক টকাৰ সা সম্পত্তি।অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা নাই। তিনিটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছত অগ্নি নিৰ্বাপক বাহিনী গাড়ী আহি অগ্নি নিৰ্বাপন কৰে।

সোণাৰিৰ পৰা দীপাংকৰ পাল।

You might also like