নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত ৩কংগ্ৰেছীক গ্ৰেপ্তাৰ


নিয়মীয়া বাৰ্তা, ১ মেঃ গোৱালপাৰাৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত ৩কংগ্ৰেছীক গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে আবু ছামা, আলটাব হুছেইন আৰু চাহাবুদ্দিন শ্বেইখ। ইতিমধ্যে তিনিওকে জেইল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

কংগ্ৰেছ কৰ্মী কেইজনে ষ্ট্ৰং ৰোমৰ চিচিটিভি বিসংগতি অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল।

২৮ এপ্ৰিলত সংঘটিত হৈছিল এই ঘটনা।

You might also like