নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত চাঞ্চল্য : ৰাজপথত এগৰাকী মহিলাক হ*ত্যা

  • হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা।
  • ৰাজপথত এগৰাকী মহিলাক হত্যা
  • লালা থানাৰ অন্তৰ্গত গাগলাছড়া চাহ বাগানত নিৰ্মম ঘটনা
  • দাৰে গল কাটি মহিলাক হত্যা।
  • মৃত মহিলাগৰাকীৰ নাম ৰীতা ৰাজৱাৰ।
  • ৰাজপথত হত্যা কৰা অভিযুক্ত গুড্ডু পাচী বৰ্তমান পলাতক।
  • পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
  • গুড্ডুক ধৰিবলৈ অভিযান অব্যাহত আছে আৰক্ষীৰ।
  • পৰকীয়া সম্পৰ্কৰ ফলতেই হত্যাৰ আশংকা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ

You might also like