নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমান সময়লৈ আক্ৰোশপূৰ্ণ হৈ থাকে এজন লোক? ৰাশিফলে কি কয়…

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ আক্ৰোশ- এটা স্বভাৱজাত মানৱ প্ৰৱণতা। আক্ৰোশৰ বলি হোৱা বা আনকো আক্ৰোশ কৰা স্বভাৱটো সকলো মানুহৰে থাকে। জ্ঞান বা প্ৰজ্ঞায়ো কেতিয়াবা হাৰ মানিব লগা হয় এই প্ৰৱণতাৰ লগত। কিন্তু সকলো মানুহৰে সমানে থাকেনে এনে প্ৰৱণতা? ইয়াৰ কিবা জোখ আছেনে?

চাও আহক ৰাশিফল অনুযায়ী কোনে কিমান সময়লৈ মনত ধাৰণ কৰি ৰাখিব পাৰে এনে প্ৰৱণতা…

মেষঃ ২৪ ঘণ্টা
বৃষঃ মৃত্যু নোহোৱা পৰ্যন্ত, হয়তো তাতকৈও বেছি।
মিথুনঃ মাত্ৰ ৩০ ছেকেণ্ড।
কৰ্কটঃ এবছৰ।
সিংহঃ আজীৱন।
কন্যাঃ কিছু মাহ।
তুলাঃ মাত্ৰ ২ ছেকেণ্ড।
বৃশ্চিকঃ চিৰন্তন।
ধনুঃ দুদিন।
মকৰঃ ক্ষমা বিচাৰি বিৰক্ত নকৰাই ভাল। অতি ক্ষমাশীল।
কুম্ভঃ এবছৰ।
মীনঃ দুমাহ।

You might also like