নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ বছৰৰ অন্তত ক্ৰিকেটৰ খেলপথাৰত শ্ৰীসন্থ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ সকলো শ্ৰেণীৰ ক্রিকেটত নিষিদ্ধ হৈ থকা ভাৰতীয় বেগী বলাৰ শ্ৰীসন্থ পুনৰ ক্ৰিকেটৰ খেলপথাৰলৈ উভতিছে। ৭ বছৰৰ নিষেধাজ্ঞাৰ অন্তত বৃহস্পতিবাৰে নিশা কেৰালা ক্ৰিকেট এছোচিয়েছনে আয়োজন কৰা প্ৰেছিডেণ্ট কাপ টি-২০ টুৰ্নামেণ্টৰ বাবে এছ শ্রীসন্থই কোচিত প্রস্তুতি চলায়।

লগতে পঢ়কঃ অভিনয়ৰ পূৰ্বে মাটিৰ পাত্র তৈয়াৰ কৰিবলৈ শিকিলে তৈমুৰে…

সংবাদ সংস্থা এ এন আইক খেলুৱৈগৰাকীয়ে কয়, “মোক এই সুযোগ দিয়াৰ বাবে মই নির্বাচকসকলৰ ওচৰত কৃতজ্ঞ। এই সময়ৰ বাবেই মই যোৱা ৭ বছৰ ধৰি অপেক্ষা কৰি আছিলোঁ,” তেওঁ কয়।

You might also like