নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেমি ফাইনেলত পৰাস্ত পি ভি সিন্ধু

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ প্রাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে টকিঅ’ অলিম্পিকত আজি পৰাজয়ৰ সন্মুখীন হয়। ছেমি ফাইনেলত সিন্ধুৱে চাইনীজ টাইপেইৰ দ্বিতীয় বাছনিপ্রাপ্ত তাৰকা টাই ঝু য়ঙৰ মুখামুখি হৈ ১৮-২১, ১২-২১ ত পৰাস্ত হয়।

মন কৰিবলগীয়া যে টাই ঝুৰ সৈতে শেহতীয়া তিনিবাৰৰ মুখামুখিত ভাৰতীয় শ্বাটলাৰগৰাকী পৰাজয়ৰ মুখামুখি হৈছে৷

ইপিনে ১ আগষ্ট তাৰিখে ভাৰতীয় শ্বাটলাৰগৰাকীৰ ব্ৰঞ্জ পদকৰ বাবে যুঁজিব।

 

You might also like