নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুর্গীৰ মাংস জালুকীয়া

প্রণালী: প্রথমে কেৰাহী এখনত তেল দিব, তেল গৰম হোৱাত মাংসখিনি দি ১০ মিনিটমান ভাজি পিঁয়াজ, আদা, নহৰু পেচ্টখিনি দি অলপ সময় ভাজি ঢ়াকনি লগাই সিজিব দিব৷ প্রায় ১৫ মিনিটমান ভজাৰ পিছত জিৰাগুড়ি, ধনিয়াগুড়ি, জলকীয়াগুড়ি, জালুকগুৰি নিমখ, হালধি দি মাংসখিনি ভাজিব৷ ভালদৰে ভজা হ’লে তেল বিৰিঙিলে পানী দুকাপ দি ঢ়াকনি লগাই উতলিব দিব৷ ১০ মিনিটমান উতলাৰ পিছত জোলকন ডাঠ হ’লে জলকীয়া আৰু ধনিয়াপাত কাটি দি পৰিৱেশন কৰিব৷

You might also like