শ্ৰদ্ধাঞ্জলি কাননত স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ আজি স্বাধীনতা দিৱস। পুৱাই শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এই অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, "আজি ভাৰতবৰ্ষৰ…