নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

২–৩ মে’লৈ ক’ভিড পৰিস্থিতিক লৈ অসমত নহয় কোনো অসুবিধা

২ মে’লৈ নাটনি নহয় ভেকচিনৰ এসপ্তাহৰ বাবে মজুত আছে ৰেমডেচিভিৰ ইনজেকচন ১০ মে’লৈকে মজুত আছে অক্সিজেন ৭ দিনলৈ নাটনি নহয় ক’ভিড বিছনা নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ সমগ্র দেশৰ লগতে অসমতো ক্রমবর্ধমান ক’ভিড সংক্রমণক লৈ জনসাধাৰণ সন্ত্রস্ত…

৮টা অক্সিজেন প্লাণ্ট সম্পূর্ণ কৰিলে অসমেঃ গুৱাহাটীৰ নার্ছিং হোমক অক্সিজেন প্লাণ্ট স্থাপনৰ পৰামর্শ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ সম্পর্কত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে বিয়লিৰ ভাগত গুৱাহাটীৰ নার্ছিং হোমসমূহৰ কর্তৃপক্ষৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ সেই বৈঠকত নার্ছিং হোমসমূহত ক’ভিড…

বিধানসভা নির্বাচনৰ সময়ত অসমত নাছিল ক’ভিডঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ নির্বাচনৰ সময়ত অসমত ক’ভিড নাছিল৷ বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই মন্তব্য কৰি কয় যে ক’ভিড থাকিলে সেয়া লুকুৱাই ৰাখিব পৰা বিষয় নহয়৷ ক’ভিডত কাৰোবাৰ মৃত্যু হ’লে বা কোনোবা আক্রান্ত…

অসমত ক’ভিডৰ দ্রুত সংক্রমণক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰঃ আজিৰ পৰা ৰাজ্যত ক’ভিডৰ নতুন প্রট’কল

তলাবন্ধৰ পৰিস্থিতিলৈ ৰাজ্যখনক লৈ নাযাবঃ মুখ্যমন্ত্রীৰ আহ্বান সংক্রমণ ৰোধৰ প্রাৰম্ভিক বাধ্যবাধকতাৰেহে হ’ব নতুন এছঅ’পিঃ স্বাস্থ্যমন্ত্রী নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ অসমত ক’ভিডৰ সংক্রমণ অধিক বৃদ্ধি পালে জনতাৰ জীৱনৰ সুৰক্ষাৰ স্বার্থত…

১০০ বা তাতকৈ অধিক ক’ৰোনা আক্ৰান্ত হোৱা জিলাত বন্ধ ঘোষণা প্রাথমিক বিদ্যালয়

লকডাউন–সান্ধ্য আইনৰ পৰিকল্পনা নাই উপায়ুক্তসকললৈ শিক্ষা বিভাগৰ পত্র মাৰাত্মক ভাইৰাছত ১০০জন আক্রান্ত জিলাত প্রথমৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান স্থগিত ৰখাৰ সিদ্ধান্ত ৪৫ বছৰ ঊর্ধ্বৰ শিক্ষক–কর্মচাৰীক দিয়া হ’ব ভেকচিন…

১০০ তকৈ অধিক ক’ভিড আক্ৰান্ত লোক থকা জিলাত প্ৰাথমিক বিদ্যালয় বন্ধঃ মন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ অসমত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ। পূৰ্বতকৈ জটিল হৈছে ক'ভিড পৰিস্থিতি। শেহতীয়াকৈ ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত আজি গুৱাহাটী মেডিকেল কলেজত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত…

নতুন চৰকাৰে ল’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ ২ মে’ৰ পাছত নতুন চৰকাৰে গ্ৰহণ কৰিব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত। এই কথা বৃহস্পতিবাৰে প্ৰকাশ কৰে শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দেশত…

ৰাজনীতিলৈ অখিল গগৈ, লুৰিণজ্যোতি গগৈক আদৰণি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ  "অখিল গগৈয়ে হওক বা লুৰিণ জ্যোতি গগৈয়ে হওক, যিমান ডেকা ল'ৰা ৰাজনীতিলৈ আহিব সকলোকে মই আদৰণি জনাম। কিন্তু নিৰ্বাচনৰ কথাটো বেলেগ। নীতি-আদৰ্শক চাইহে মানুহে ভোট দিয়ে। আমি অসমখনক আন্দোলন কৰিবলৈ এৰি দিব নোৱাৰো, ৰাস্তাত…

ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অনুদিত গ্ৰন্থ ‘অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি’ উন্মোচন

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ আজি গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অনুদিত 'অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। প্ৰখ্যাত লেখক ড০ অনিৰ্বান গাংগুলীৰ ‘Amit Shah and the March of BJP’ শীৰ্ষক…

জোনাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংকা

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ: জোনাই সমষ্টিত বিজেপিৰ বিশাল বাইক সমদল ৷ ১১৪ নং জোনাই বিধান সভা সমষ্টি বিজেপিৰ প্ৰাৰ্থী ভূৱন পেগুৰ হৈ মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দহ হাজাৰ বাইক ৰেলীৰে প্ৰথমটো নিৰ্বাচনী ৰনডংকা ৷ জোনাইৰ গান্ধী…