নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

৩ দিন বন্ধ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰঃ অসমত আলু–পিঁয়াজৰ নাটনিৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৭ মেঃ উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়িক প্রাণকেন্দ্রস্বৰূপ ফাঁচীবজাৰত এতিয়া মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংক৷ বিশ্বত সংহাৰ সৃষ্টি কৰা ক’ভিড–১৯ৰ সংক্রমণে ভীতিগ্রস্ত কৰি তুলিছে ফাঁচীবজাৰৰ ব্যৱসায়ী মহলক৷ ইয়াৰ পৰিপ্রেক্ষিতত কামৰূপ…

নিজামুদ্দিনৰ পৰা উভতিবলৈ সাজু ৩৮ জন জামাতী

নিয়মীয়া বার্তা, ১৭ মেঃ সমগ্র দেশতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটোৱা দিল্লীৰ নিজামুদ্দিন তবলিগী জামাতৰ পৰা কোৱাৰেণ্টাইনত থকা ৩৯জন লোক অসমলৈ উভতি আহিবলৈ সাজু হৈছে৷ অসমৰ হাইলাকান্দি, মৰিগাঁও, নগাঁও জিলাৰ এই লোককেইজনৰ বিষয়ে ইতিমধ্যে দক্ষিণ দিল্লীৰ…

আজিৰ নিশাটো হ’ব এটা প্ৰত্যাহ্বানৰ নিশা; কিন্তু কিয় ? ক’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত…

নিয়মীয়া বাৰ্তা, ১৪ মেঃ "বৃহস্পতিবাৰৰ নিশাটো ক'ৰোনা প্ৰতিৰোধী যুঁজৰ বাবে অন্যতম প্ৰত্যাহ্বানৰ নিশা । কাৰণ দেশৰ বিভিন্ন স্থানৰ পৰা আজিৰ নিশাৰ ভিতৰতে অসম পাবহি প্ৰায় ৮ শতাধিক লোক ।"- বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে…

কাৰোবাৰ যদি গা বেয়া হৈছে, তেন্তে ১০৪ নম্বৰত যোগাযোগ কৰকঃ স্বাস্থ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৪ মেঃ "পাণবজাৰস্থিত ৰাজকমল হোটেলৰ কাষৰীয়া লোকসকল বা যোৱা এসপ্তাহত সেই অঞ্চলটোলৈ যোৱা লোকসকলৰ যদি গা বেয়া হয় । তেন্তে শীঘ্ৰে ১০৪ নম্বৰত ফোন কৰক ।"- আজি NHM কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাজ্যৰ…

ফাঁচী বজাৰৰ ৭ দিনৰ মোবাইল ট্ৰেক ৰেকৰ্ড উলিওৱা হ’বঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বার্তা, ১৪ মে’ :  ভয়ংকৰ সময়ৰ এয়াই নেকি আৰম্ভণি ! ৰাজ্যত ক'ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ল'ব বুলি আশংকা কৰি থকাৰ সময়তে বুধবাৰে এদিনতে মহানগৰীত চিনাক্ত হ'ল ১৫ জন ক'ভিড-১৯ আক্ৰান্ত । বুধবাৰে গুৱাহাটী মহানগৰীৰ ১৫ জনকৈ লোকৰ ক'ভিড-১৯ পজিটিভ…

বৃহস্পতিবাৰে সন্ধিয়া হোটেলৰ পৰা ঘৰলৈ যাব পাৰিব জুবিন গাৰ্গঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৪ মে’ :  সুখবৰ । যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু পত্নী গৰিমা গাৰ্গসহ ৪ জনৰে দেহত নাই ক'ৰোনা ভাইৰাছ । আজি স্বাস্থ্য পৰীক্ষাৰ পাছত তেওঁলোক আটাইৰে ক'ৰোনা ফলাফল নিগেটিভ পোৱা গৈছে । ইপিনে আজি মহানগৰীৰ হোটেল ৰেডিছন ব্লু’ত…

আজি MMCH ৰ পৰা যাবলৈ দিয়া হ’ল এগৰাকী ক’ৰোনা ৰোগী

নিয়মীয়া বাৰ্তা, ১৩ মে’: আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ'ল এগৰাকী ক'ৰোনাত আক্ৰান্ত ৰোগীক । মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা কোভিড-১৯ ৰোগী এগৰাকীয়ে আজি নিজ গৃহলৈ যাবলৈ অনুমতি লাভ কৰে ৷ ইয়াৰ ফলত  ক'ৰোনাৰ পৰা সুস্থ হোৱা ব্যক্তিৰ…

নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যাত্ৰা আৰম্ভ; যাত্ৰীসকলৰ অধিকাংশই শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১২ মে’: লকডাউনৰ পিছত আজিৰে পৰা দেশত আৰম্ভ হ’ল ৰে’ল যাত্ৰা। আজি বিয়লি ৪ বাজি ৪৫ মিনিটত নতুন দিল্লীৰ পৰা ডিব্ৰগড়লৈ যাত্ৰা আৰম্ভ কৰিলে প্ৰথমখন বিশেষ ৰে’লে।   এই প্ৰথমখন ৰে’লযোগে দিল্লীৰ পৰা অসমলৈ উভতিছে ১১২২ জন লোক। যাৰ…

উদ্যমী জানমণিৰ কাষত অসম আৰক্ষীঃ উদ্যমিতাৰ শলাগ লৈ আগবঢ়ালে মটৰ চাইকেল

নিয়মীয়া বাৰ্তা, ১১ মে’ : দীৰ্ঘসময় ধৰি পৰিয়ালৰ ভাতমুঠিৰ তাগিদাত ডিব্ৰুগড়ৰ জানমণি গগৈয়ে চাইকেল লৈ শাক–পাচলি বিক্রী কৰাৰ এক আলোকচিত্র তথা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছিল ৷ হোৱাটছএপ তথা বিভিন্ন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা…

দীপিকা নাথৰ সংস্পৰ্শলৈ অহা ৮২ জন লোকৰ ক’ৰোনা টেষ্টৰ ফলাফল নিগেটিভ

নিয়মীয়া বার্তা, ১১ মেঃ  কৰ’নাত মৃত্যু হোৱা দীপিকা নাথ নামৰ কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ অহা ৮২ জন লোকৰ আটাইৰে ক’ৰোনা টেষ্টৰ ফলাফল নিগেটিভ। দীপিকা নাথৰ সংস্পৰ্শলৈ অহা বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সকলোৰে ক’ৰোনা টেষ্টৰ ফলাফল নিগেটিভ। …