আজি গো সন্মান দিৱস, লখিমপুৰত গাই লৈ সমদল
আজি দেশ জুৰি গো সন্মান দিৱস পালন কৰা হয়। গো সন্মানেৰে হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰিবলৈ বিভিন্ন কাৰ্য্যসূচীৰে সজাগতা সৃষ্টি কৰাৰ লগতে ৰাজ্য তথা কেন্দ্রীয় চৰকাৰক দাবী জনোৱা হয়।
লখিমপুৰতো এনে কাৰ্য্য সূচী গ্ৰহণ কৰা হয়। নগৰৰ ঠাকুৰ বাৰীৰ…