৬.১ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল জাপানৰ ভিন্ন চহৰ
ডিজিটেল ডেস্ক, ২৭ এপ্ৰিল : পুনৰ এক শক্তিশালী ভূমিকম্পই কঁপাই গ'ল জাপান। দেশখনৰ স্থানীয় সময় অনুসৰি সোমবাৰে পুৱা ৫ বাজি ২৪ মিনিটত হোৱা এই ভূমিকম্পই জাপানৰ বিভিন্ন অঞ্চল কঁপাই তোলে। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য…