৭ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল
আজি ৭ এপ্রিল, চ’ত মাহৰ ২৩ তাৰিখ, মঙলবাৰ
মেষ : আজি কিছু চিন্তা থাকিব যদিও উপস্থিত বুদ্ধিৰে আঁতৰাব পাৰিব৷ সাহস আৰু দক্ষতা সমভাৱে লাভত উপকৃত হ’ব৷ কর্মস্থানত আনন্দ৷ প্রেমত আনন্দ৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা – ১৷
বৃষ : আজি বিদ্যাত মধ্যম৷ বিয়া…