অন্তিম দিনা ৰহাত বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ পদযাত্ৰা
নিয়মীয়া বাৰ্তা ৰহা, ৭ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত ৰহা নগৰৰ ৰাজপথ উত্তাল কৰিলে বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে। আজি পুৱা বিধায়ক তথা ৰহা সমষ্টিৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে সহস্ৰাধিক দলীয় কৰ্মীক লগত লৈ এক সমদলত ভাগ লয়। বিজেপি…