নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আলোপতি ধৰ্মপুৰত বুজন পৰিমাণৰ গাঞ্জাসহ আৰক্ষীৰ জালত এজন

বৰপেটাত গাঞ্জাৰ বিৰুদ্ধে আলোপতিচৰ আৰক্ষীৰ সফল অভিযান । যোৱানিশা গাঞ্জাৰ বিৰুদ্ধে আলোপতিচৰ আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় চাৰি কেজি ছশ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় | গোপন খবৰৰ ভিত্তিত আলোপতিচৰ আৰক্ষী থানাৰ…

ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃৰ দেহাৱসান

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃৰ দেহাৱসান ঘটিছে। তেওঁ গ্ৰেটাৰ নইদাৰ Yatharth Hospitalত অন্তিম নিশ্বাস ত্যাগ কৰে। ৰিংকু সিঙৰ পিতৃ খচন্দ্ৰ সিং ষ্টেজ-৪ লিভাৰ কেন্সাৰত ভুগি আছিল। শেহতীয়াকৈ তেওঁৰ শাৰীৰিক অৱস্থা অতি গুৰুতৰ হৈ পৰাত তেওঁক…

টি-২০ বিশ্বকাপৰ ইতিহাসত অভিনৱ ৰেকৰ্ড টীম ইণ্ডিয়াৰ

আইচিচি টি-২০ ৱৰ্ল্ড কাপ ২০২৬ত টীম ইণ্ডিয়াই নিজৰ দ্বিতীয় ছুপাৰ-৮ মেচত জিম্বাবোৱেক বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলৰ আশা অটুট ৰাখিছে। চেন্নাইত অনুষ্ঠিত এই মেচত ভাৰতীয় সকলো বেটছমেনৰ বিস্ফোৰক ইনিংছ দেখা গৈছিল। সেই শক্তিৰে টীম ইণ্ডিয়াই…

দিল্লী আবকাৰী নীতি গোচৰৰ পৰা দোষমুক্ত AAP নেতৃত্ব

ৰাউজ এভিনিউ আদালতে শুকুৰবাৰে দিল্লী আবকাৰী নীতি গোচৰত প্ৰাক্তন দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক দোষমুক্ত ঘোষণা কৰিছে। আদালতে লক্ষ্য কৰে যে অভিযোগ কৰা কেন্দ্ৰীয় ষড়যন্ত্ৰমূলক ভূমিকা সমৰ্থন…

অসম বনৰক্ষীৰ ২,৯৭২টা পদত চাকৰি, কাইলৈ অন্তিম দিন আবেদনৰ

🔹 আবেদনৰ অন্তিম তাৰিখ ২৮ ফেব্রুৱাৰী অসম আৰক্ষীৰ বনৰক্ষী নিযুক্তি ২০২৬ : ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ (এছএলপিআৰবি) অসমে বনৰক্ষী নিযুক্তি ২০২৬ৰ আনুষ্ঠানিক অধিসূচনা প্রকাশ কৰিছে৷

দুই পৃথক উদ্যানত ১০ দিনত ৭২টা বাঘৰ মৃত্যু…

নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : থাইলেণ্ডৰ দুখন পৃথক উদ্যানত ১০ দিনত মৃত্যু হ’ল ৭২টা বাঘৰ৷ ইতিমধ্যে ঘটনাটোক লৈ চাঞ্চল্য বিয়পি পৰিছে৷ প্রাথমিকভাৱে জানিব পৰা মতে, ডিছটেম্পাৰ ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুৱাবলগীয়া হৈছে বাঘকেইটাই৷ বিষয়টোক লৈ তদন্ত…

গুৱাহাটী বিশ্ববিদ্যালয়ত বৃন্দাবনী বস্ত্ৰ-অসমৰ সাংস্কৃতিক ঐতিহ্য বিষয়ক আলোচনা

ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰত্নতাত্ত্বিক তথা ব্ৰিটিছ মিউজিয়ামৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া বিভাগৰ প্ৰাক্তন মুৰব্বী ৰিচাৰ্ড ব্লাৰ্টনে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক আৰু শিক্ষাৰ্থীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ…

অধিক ভয়ংকৰ হ’ব অপাৰেচন সিন্দূৰ–২.০, চিৰবৈৰী পাকিস্তানক সকীয়ালে ভাৰতীয় সেনাই

নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : পুনৰ যদি ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰ অভিযান চলাবলগীয়া হয় তেনেহ’লে তাৰ পৰিণতি আৰু অধিক মাৰাত্মক হ’ব৷ পাকিস্তানৰ সৈতে অসহজ সম্পর্ক চলি থকাৰ মাজতে এনে এটি বার্তা দিলে ভাৰতীয় সেনাৰ ৱেষ্টার্ন কমাণ্ডৰ জেনেৰেল অফিচাৰ…

জুবিন হত্যা গোচৰৰ বাবে গঠন হ’ব ফাষ্ট ট্রেক আদালত

ডিজিটেল ডেস্ক, ২৭ ফেব্রুৱাৰী : জুবিন হত্যা গোচৰৰ বাবে গঠন হ'ব ফাষ্ট ট্ৰেক আদালত। কালি ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কালি কেবিনেটে প্রাণৰ শিল্পী জুবিন গার্গৰ হত্যাৰ গোচৰ বিচাৰৰ বাবে ফাষ্ট ট্রেক আদালত গঠন…

প্রয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ চৰকাৰী চাকৰি

ডিজিটেল ডেস্ক, ২৭ ফেব্রুৱাৰী : ৰাজ্যিক কেবিনেটে শিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ তিনিচুকীয়া জিলাত তৃতীয় বর্গৰ এটা চৰকাৰী পদত নিযুক্তি দিয়াৰ বাবে কেবিনেটে কালি গ্রহণ কৰা…