শ্ৰীৰামপুৰত উত্তপ্ত পৰিস্থিতি… কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি কমাণ্ডোৰ
নিশা শ্ৰীৰামপুৰ আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা অনুসৰি কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি দিয়ে সুৰাসক্ত কামাণ্ডো জোৱানে। উল্লেখ যে নিশা শ্ৰীৰামপুৰ চেকগেটত শিমুলটাপু আৰক্ষী আৰু গোসাঁইগাঁও বাৰ কাউন্সিলৰ অধিবক্তাৰ মাজত…