নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কিয় ছোনিয়া গান্ধীলৈ ৰাউজ এভিনিউ আদালতৰ জাননী, জানক সবিশেষ

কংগ্ৰেছৰ সাংসদ আৰু প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ অনিয়ম সন্দৰ্ভত ৰাউজ এভিনিউ আদালতে জাননী জাৰি কৰিছে। অভিযোগ অনুসৰি, ১৯৮০-৮১ চনৰ ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম তেওঁৰ নাগৰিকত্ব পৰীক্ষা সম্পূৰ্ণ হোৱাৰ…

মেলন গ’ল… অসমলৈ আহি আছে বলীউডৰ খ্যাতনামা শিল্পী

ডিমা হাছাও জিলাত উৎসাহৰ এক ঢৌ বগাই গৈছে, কিয়নো শান্ত উমৰাংছ' গ’ল্ফ কোৰ্ছ ১১তম ফেলকন ফেষ্টিভেল উপলক্ষে উৎসৱ ভূমিত পৰিণত হ'বলৈ সাজু হৈছে। সময় বাগৰাৰ লগে লগে ফেলকন ফেষ্টিভেলে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্রতীক্ষিত উৎসৱৰ অন্যতম ৰূপত বিকশিত হৈছে।…

চেঙাৰ খংৰাত গ্ৰন্থ-বাণিজ্য মেলা আৰম্ভ

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত খংৰাত জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰেপৰা অনুষ্ঠিত হৈছে পঞ্চম খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলা। খংৰা নৱশক্তি যুৱ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে এইবেলি সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলা।…

বিশ্বদৰবাৰত জিলিকিল অসম কন্যা… আঁজুৰিলে ৰূপৰ পদক

ক্ৰীড়াৰ জৰিয়তে পুনৰ বিশ্বদৰবাৰত জিলিকিল এগৰাকী অসম কন্যা। এইবাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক আঁজুৰি আনিলে অসম কন্যাই। থাইলেণ্ডত অনুষ্ঠিত কন্টিনেণ্টেল মহিলা, যুৱ আৰু জুনিয়ৰ-২০২৫ চেম্পিয়নশ্বিপত ভাৰতীয়…

দিৱানা তেৰা ট্যুৰ : পোষ্ট মেলনৰ পিছত এইবাৰ গুৱাহাটীত ছনু নিগম

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰত গুৱাহাটীত তেওঁৰ 'দিৱানা তেৰা ট্যুৰ'ৰ শুভাৰম্ভ কৰিব। গুৱাহাটীত এইখনেই হ'ব তেওঁৰ প্ৰথম একক লাইভ কনচাৰ্ট। যদিও তেওঁ বছৰ বছৰ ধৰি ভাৰত আৰু বিশ্বৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি আহিছে,…

নৱবৰ্ষৰ পহিলা মাহতে উত্তৰ গুৱাহাটীৰ বাবে দুটা ভাল খবৰ

নৱবৰ্ষৰ পহিলা মাহতে উত্তৰ গুৱাহাটীলৈ আহিব দুটা ভাল খবৰ। কেৱল উত্তৰ গুৱাহাটীয়ে নহয় এই দুয়োটা খবৰে ৰাজ্যবাসীকো উপকৃত কৰিব। সেই অনুসৰি অসমৰ স্বাভিমান গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত হ'ব উত্তৰ গুৱাহাটী ৰংমহলত। ২০২৬ চনৰ জানুৱাৰীত হ'ব…

চাংসাৰিত ৪৪টা গৰুসহ বাহন জব্দ, ৬টা পশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, চাংসাৰি, ৯ ডিচেম্বৰ : সমাগত বৰদিন উপলক্ষে একাংশ গো-মাফিয়া অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে চোৰাং গৰু সৰবৰাহত । চুবুৰীয়া ৰাজ্য মেঘালয়ত চালান দিয়াৰ অৰ্থে নামনি অসমৰ বৰপেটা, খাৰুপেটীয়াকে ধৰি বিভিন্ন অঞ্চলৰ পৰা এই চোৰাং সৰবৰাহ…

মুখ্যমন্ত্ৰীৰ সভাৰ পৰা যাত্ৰী লৈ ওভতা বাছে প্ৰাণ কাঢ়িলে শিশুৰ, উত্তপ্ত পৰিস্থিতি

ছমৰীয়াৰ বদলাত ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ খুন্দাত নিহত এটি শিশু মৃত শিশুটি আশ্ৰৱ আলীৰ পুত্ৰ ৰবিদুল ইছলাম (৭) বকোৰ মুখ্যমন্ত্ৰীৰ সভাৰ পৰা যাত্ৰী লৈ উভতি গৈ আছিল সঞ্জয় নামৰ বাছখন AS01-KC-5080 নম্বৰৰ বাছখনৰ খুন্দাত থিতাতে…

লাহৰীঘাটত ১০,১৩৫গৰাকীক পিএমএৱাই গৃহৰ অনুমোদন পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৯ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই)ৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠান আজি অনুষ্ঠিত হয়। লাহৰীঘাট আৰু ভূৰাগাঁও উন্নয়ন খণ্ডৰ অধীনত সমষ্টি ভিত্তিত লাহৰীঘাট উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত অনুষ্ঠিত অনুমোদন…

টি-২০ বিশ্বজয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসৰ গৃহত জিলা আয়ুক্ত

২০২৫ বৰ্ষৰ শ্ৰীলংকাত অনুষ্ঠিত মহিলা দৃষ্টিহীন টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা নগাঁও জিলাৰ কঠীয়াতলী কছাৰীবস্তিস্থিত চিমু দাসৰ বাসগৃহত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ খেলুৱৈগৰাকীৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত…