দেহৰ ওপৰেৰে উঠি গ’ল মাটি কঢ়িওৱা ট্ৰাক, মাতৃৰ মৃত্যু, জীয়ৰীৰ অৱস্থা সংকটজনক
নগাঁৱৰ মোল্লাপটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
মাতৃ আৰু জীয়াৰী স্কুটী চলাই আহি থকাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
মাটি কঢ়িওৱা ট্ৰাক ওপৰেদি উঠি যোৱা ফলত মৃত্যু হয় মাকৰ।
আনহাতে জীয়েকক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।…