নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সংখ্যালঘুক উপেক্ষাৰে বাংলাদেশত ২৫ ন্যায়াধীশ নিযুক্তি, BHBCUCৰ হতাশা প্ৰকাশ

বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে (BHBCUC) ২৮ আগষ্টত নৱনিযুক্ত ন্যায়াধীশৰ তালিকাত সংখ্যালঘু সম্প্ৰদায়ৰ কোনো প্ৰতিনিধিত্ব নথকাৰ বাবে গভীৰ হতাশা প্ৰকাশ কৰিছে। পৰিষদৰ মতে, বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ হাইকোৰ্ট বিভাগত ২৫ জন অতিৰিক্ত…

সোণাপুৰ আৰক্ষীৰ জালত ছয় গভাইত চোৰ 

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : সোণাপুৰত যোৱানিশা এটা গভাইত চোৰৰ দলক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ চোৰৰ  দলটোৱে সোণাপুৰৰ মিলনপুৰত থকা ফ্লিপকাৰ্ট কুৰিয়াৰ চেণ্টাৰত সংঘটিত কৰিছিল চুৰিকাণ্ড ৷ যোৱা ২৬ আগষ্টত কুৰিয়াৰ চেন্টাৰটোৰ কাৰ্যালয়ৰ ভেল্টিলেচন…

সৰ্থেবাৰীৰ শিক্ষাবিদ, লেখিকা পাৰ্বতী পাটোৱাৰীক প্ৰজ্ঞাশ্ৰী বঁটা প্ৰদান

ভাৰতী অধ্যয়ন চক্ৰ, ৰাজনন্দিনী ক'লাকেন্দ্ৰ লেখিকা সমাৰোহ সমিতিৰ অভিনন্দন জ্ঞাপন  সৰ্থেবাৰী অঞ্চলৰ সৰবৰহী মহিলা তথা যশস্বী শিক্ষাবিদ সু লেখিকা,কবি সমালোচক সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ পাৰ্বতী পাটোৱাৰীক…

পুৱাই লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত দশম শ্ৰেণীৰ পাঁচ ছাত্র

বিশেষ বাৰ্তা, ২৯ আগষ্ট : লখিমপুৰৰ বাইপাছত আজি পুৱাই এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্রায় ৮.৪০ বজাত সংঘটিত পথ দুর্ঘটনাটোত চাবতিস্থিত ছেইণ্ট মেৰীজ বিদ্যালয়ত দশম শ্ৰেণীত পঢ়ি থকা পাঁচগৰাকী ছাত্র গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত…

অসুস্থ ড’নাল্ড ট্ৰাম্প ! ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখিলেই জেডি ভ্যান্সে, ট্ৰাম্পৰ পুত্ৰই লগাইছে আউল

ডিজিটেল ডেস্ক, ২৯ আগষ্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অসুস্থ ! আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণ সুস্থ নহয় বুলি কিছুদিনৰ পৰা সঘনে বাতৰি প্ৰকাশ পাইছে। এনে অৱস্থাত ট্ৰাম্পৰ কিবা হ'লেই ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু হৈ আছে…

সুকন্যা : পদপথত ব্যৱসায় কৰা প্রিয়দর্শিনী অনামিকা স্মৃতা স্মৃতিৰেখাহঁতৰ কথাৰে

উৎপল কুমাৰ কলিতা তেওঁলোকৰ দুচকুত সপোনৰ জলমল আৱেশ৷ সেই সপোন স্বাৱলম্বিতাৰ, সেই সপোন স্বাধীনতাৰ৷ অর্থনৈতিক সংগ্রামৰ তেওঁলোক সাহসী ৰণুৱা৷ ফুটপাথতে তেওঁলোকে সেই সপোনৰ ডেউকা মেলি দিয়ে৷ তেওঁলোক আগবাঢ়ে প্রত্যস আৰু সাহসেৰে৷ তেনে এগৰাকী যুৱতী হ’ল…

মহিলাৰ ক্লান্তি আৰু আমাৰ অজ্ঞানতা

 ডাঃ অজয় কুমাৰ ভূঞা মিছেছ মায়া ৰায় কণমানি ল’ৰা–ছোৱালী দুটি লৈ মাহেকে–পষেকে মোৰ চেম্বাৰলৈ আহি থাকে৷ আজি যদি ল’ৰাটোৰ জ্বৰ, দুদিন পিছতে ছোৱালীজনীৰ ডায়েৰিয়া৷ গিৰিয়েকে পুলিচৰ চাকৰি কৰে৷ সময় দিব নোৱাৰে৷ ঘৰত বৃদ্ধ শহুৰ ডেউতাক৷ এদিন মায়াক অলপ…

সুকন্যা : বিউটী পার্লাৰেৰে স্বাৱলম্বী নলবাৰীৰ জোনালী চৌধুৰী

নগেন তালুকদাৰ এই ধৰাত বসবাস কৰা প্রতিগৰাকী জীৱশ্রেষ্ঠ মানৱৰ জীৱন–জীৱিকাৰ দিশসমূহ বেলেগ বেলেগ৷ প্রতিগৰাকী মানৱে নিজৰ জীৱনটো বা পৰিয়াল এটি চলাই নিবলৈ কোনোৱে যদি এটি চৰকাৰী চাকৰি কৰে, কোনোৱে আকৌ বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানত্ চাকৰি কৰে৷…

নগৰবেৰাত চোৰৰ অতপালি, চাইকেল থৈ চোৰে নিলে পালছাৰ বাইক

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : নগৰবেৰাত বাঢ়িছে চোৰৰ সন্ত্ৰাস | নগৰবেৰা আৰক্ষী থানাৰ অধীনস্থ মেধিপাৰা (শান্তিপুৰ)ত একেনিশাই চোৰে দোকানত চুৰি কৰাৰ সমান্তৰালকৈ লৈ গ’ল এঘৰৰ এখন পালছাৰ বাইক | পিছে বাইকখন নিলেও বাইকৰ সলনি চোৰে গৃহস্থলৈ বুলি এৰি গ’ল…

ভিক্ষা নিষিদ্ধকৰণত দেশৰ প্রথম ৰাজ্য মিজোৰাম

🔹 বিধানসভাত গৃহীত মিজোৰাম ভিক্ষা নিষিদ্ধকৰণ বিধেয়ক–২০২৫ নিউজ ডেস্ক, ২৯ আগষ্ট : ভিক্ষা নিষিদ্ধ কৰাৰ নতুন আইন আনিব মিজোৰামে৷ বিৰোধী দলৰ তীব্র আপত্তিৰ মাজতে উত্তৰ–পূর্বাঞ্চলৰ প্রথমখন ৰাজ্য হিচাপে মিজোৰাম বিধানসভাত গৃহীত হয় মিজোৰাম ভিক্ষা…