কাছাৰ-ত মৰেল পুলিচিং : দুৰ্ঘটনা সংঘটিত বাহনৰ চালকক দলবদ্ধ আক্ৰমণ উত্তেজিত লোকৰ
পুনৰ কাছাৰত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক ৰাজপথত দলবদ্ধ আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে। ঘটনাটো সংঘটিত হৈছে কাছাৰৰ দিগৰখালত।
জানিব পৰা মতে, স্থানীয় দুগৰাকী স্কুলীয়া ছাত্ৰী গৈ থকাৰ সময়ত এখন ট্ৰাকে খুন্দা…