কন্যাসম যুৱতীক পিতৃৰ বন্ধুৰ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ছাহিদ আখতাৰ
বঙাইগাঁও সদৰৰ মাজমজিয়াত সংঘটিত হৈছে এক লজ্জানত ঘটনা ৷ পিতৃৰ বন্ধুৱে ধৰ্ষণ কৰিলে কন্যাসম যুৱতীক! ছাহিদ আখতাৰ নামৰ ব্যক্তিগৰাকীয়ে ধৰ্ষণ কৰে বন্ধুকন্যা হিন্দু যুৱতীক। বন্ধুৰ মৃত্যুৰ পিছতেই ঘৰখনত সঘনে আহ যাহ কৰিছিল আৰু দায়িত্ব লৈছিল ঘৰখনৰ ৷…