নিয়োগ বাৰ্তা গুৱাহাটী আইআইটিত জুনিয়ৰ টেকনিচিয়ানৰ চাকৰি নিয়মীয়া বাৰ্তা Aug 28, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী গুৱাহাটীত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
গুৱাহাটী গুৱাহাটীত সাগৰসদৃশ পৰিৱেশ, তীব্ৰ যান-জঁট, সৰ্বত্ৰ মাথোঁ বানপানী নিয়মীয়া বাৰ্তা Aug 28, 2025 গুৱাহাটীত বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ। এজাক বৰষুণৰ পিছতে গুৱাহাটীত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ভিতৰৰ অৱস্থা অবৰ্ণনীয়। বানৰ ফলত খানাপাৰা-জালুকবাৰী সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ পৰিস্থিতি। খানাপাৰাৰ পৰা…
অসম ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ত জৰুৰী চিকিৎসা কক্ষ উন্মোচন, চিকিৎসক দম্পতীৰ বদান্যতা নিয়মীয়া বাৰ্তা Aug 28, 2025 নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : দক্ষিণ যোৰহাটৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ত আজি জৰুৰী চিকিৎসা সেৱা কক্ষ উন্মোচন কৰি এক ঐতিহাসিক সংযোজন ঘটোৱা হয়। কক্ষটো উন্মোচন কৰে যোৰহাট জিলাৰ অতিৰিক্ত জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ…
অসম ৰাজহুৱা স্থানত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তাক কাণত ধৰি আঁঠু কঢ়ালে যুৱকে, প্ৰৱঞ্চনাৰে ১ কোটি ২০ লাখ… নিয়মীয়া বাৰ্তা Aug 28, 2025 নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তাক ৰাজহুৱা স্থানত জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ অভিযোগত কাণত ধৰি আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাণত ধৰি আঠু কাঢ়ি ধন আদায় দিবলৈ আন এজন…
দেশ বিদেশ চাৰিমহীয়া পুত্রক বিহপান কৰোৱাই পিতৃ–মাতৃৰ চৰম পথ, ঋণত সর্বহাৰা পৰিয়ালৰ কঠোৰ সিদ্ধান্ত নিয়মীয়া বাৰ্তা Aug 28, 2025 নিউজ ডেস্ক, ২৮ আগষ্ট : উত্তৰ প্রদেশৰ চাহাৰানপুৰত ঋণত সর্বস্বান্ত হৈ দুর্বিষহ জীৱন কটাবলগীয়া হোৱা এটা পৰিয়ালে লোৱা কঠোৰ সিদ্ধান্তই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঋণৰ বোজা সহিব নোৱাৰি চাৰিমহীয়া পুত্র সন্তানক বিহপান কৰোৱাই হত্যা কৰাৰ পিছত পিতৃ–মাতৃয়ে…
অসম শিক্ষাৰ্থীক যৌ*ন নিৰ্যাতন চলোৱা লম্পট নুৰক গ্ৰেপ্তাৰ আৰক্ষীৰ নিয়মীয়া বাৰ্তা Aug 28, 2025 বকোত শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক গ্ৰেপ্তাৰ। পলাতক বকো বালিঝাৰ শুক্তাতাৰীৰ শিক্ষক নুৰ ইছলামক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে। নুৰ ইছলাম তাৰাবাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক। ৪গৰাকী ছাত্ৰীয়ে যোৱা মঙলবাৰে বকো থানাত দিছিল এজাহাৰ। দীৰ্ঘদিন…
উত্তৰ-পূব অৰুণাচল নিগল’কত থকা চিলিকন কাৰখানা বন্ধৰ দাবী নিয়মীয়া বাৰ্তা Aug 28, 2025 অৰুণাচল ৰুকচিন গেটত নিগলগস্থিত প্ৰদূষণ প্ৰভাৱিত কৰা ঔদ্যোগিক বৃদ্ধি কেন্দ্ৰ Ferro alloy চিলিকন কাৰখানা সঞ্চালনা কৰা Anther alloys LLP ৰ বিৰুদ্ধে প্ৰদূষণৰ প্ৰভাৱ মানুহৰ মঞ্চ, যুৱ শাখাত (Pollution Affected People's Forum, Youth Wing)ৰ…
আন্তঃৰাষ্ট্ৰীয় ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা ! নেপাল হৈ বিহাৰত প্ৰৱেশ পাকিস্তান সমৰ্থিত ৩ জইচ সন্ত্ৰাসবাদীৰ নিয়মীয়া বাৰ্তা Aug 28, 2025 নিউজ ডেস্ক, ২৮ আগষ্ট : পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে পুনৰ ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে! সংগঠনটোৰ তিনি উগ্ৰপন্থীয়ে নেপাল হৈ বিহাৰত প্ৰৱেশ কৰাৰ লগে লগে এই আশংকা ঘনীভূত হৈছে। বিহাৰ আৰক্ষীক সকীয়াই দি এই কথা জনায়…
গুৱাহাটী পাঞ্জাবাৰীৰ যুৱক সন্ধানহীন নিয়মীয়া বাৰ্তা Aug 28, 2025 বিশেষ বাৰ্তা, ২৮ আগষ্ট : গুৱাহাটীৰ পাঞ্জাবাৰী নিৱাসী এজন যুৱক ২৭ আগষ্টত উলুবাৰীস্থিত আধাৰ কেন্দ্ৰলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ নাছিৰ আলীৰ ৩৪ বছৰীয়া পুত্ৰ আফতাৰ হুছেইনে ২৭ আগষ্টত উলুবাৰীস্থিত আধাৰ…
আন্তঃৰাষ্ট্ৰীয় ট্রাম্পৰ ৪টা ফোনকল ৰিচিভ কৰা নাই মোদীয়ে, আমেৰিকাৰ শুল্ক বোমাত তীব্র অসন্তুষ্টি নিয়মীয়া বাৰ্তা Aug 28, 2025 নিউজ ডেস্ক, ২৮ আগষ্ট : ট্রাম্পৰ শুল্ক বোমাক লৈ তীব্র অসন্তুষ্টি মোদীৰ৷ ৰাছিয়াৰ তেল ক্রয় কৰাক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত দুটা পর্যায়ত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী…