নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দিছপুৰ আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ কালপ্ৰীত ৰূপম শইকীয়া

গুৱাহাটীৰ দিছপুৰ থানাত ৰুজু হৈ থকা গোচৰত অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত ৰূপম শ‌ইকীয়া (২৬)-ক যোৰহাটৰ পুলিবৰত আৰক্ষীয়ে আটক কৰে। উল্লেখ্য, নিজকে এনফৰ্চমেন্ট বিষয়া হিচাপে চিনাকি দি পশ্চিম যোৰহাটৰ কটকী পুখুৰীৰ সমীপৰ এটা ভাৰাঘৰত কিছুদিনৰ পৰা…

বৈষ্ণো দেৱী মন্দিৰ পথত ভয়াৱহ ভূমিস্খলনত ৩৬ তীর্থযাত্রীৰ প্ৰাণহানি

🔹 জম্মু–কাশ্মীৰত ভয়ংকৰ প্রাকৃতিক বিপর্যয় নিউজ ডেস্ক, ২৮ আগষ্ট : প্রাকৃতিক বিপর্যয়ৰ কবলত জম্মু–কাশ্মীৰ৷ ডাৱৰ বিস্ফোৰণ আৰু প্রলয়ংকৰী বানে কেন্দ্রীয়শাসিত অঞ্চলটোৰ জম্মু অঞ্চলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ প্রবল বৰষুণসৃষ্ট ভয়ংকৰ বানত…

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মাইকেল ক্লাৰ্ক, ৰোগৰ কাৰণ আৰু উপসৰ্গ জনালে…

নিউজ ডেস্ক, ২৮ আগষ্ট : অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক ছালৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে। বুধবাৰে ইনষ্টাগ্ৰামত এই কথা নিজেই প্ৰকাশ কৰে ৪৪ বছৰীয়া প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ক্লাৰ্কে। তেওঁ নিজৰ এখন ছবিও পোষ্ট কৰে।…

ফৰকাটিং–নিউ তিনিচুকীয়া দ্বৈত ৰে’লপথ নিৰ্মাণৰ বাবে ধন অনুমোদন

অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ বাবে সুখবৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটত অসমৰ ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজত দ্বৈত ৰে’লপথ নির্মাণৰ প্রকল্পৰ বাবে ৩,৬৩৪ কোটি টকাৰ অনুমোদন জনায়৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ…

সুধাকণ্ঠ ভূপেনদাৰ স্মৃতিত মুকলি হ’ব ১০০ টকীয়া মুদ্রা

সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ ড০ ভূপেন হাজৰিকাৰ স্মৃতিত মুকলি কৰা হ’ব ১০০ টকা মূল্যৰ বিশেষ মুদ্রা৷ এই সন্দর্ভত কেন্দ্রীয় বিত্ত মন্ত্রালয়ে জাৰি কৰিছে অধিসূচনা৷ কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপৰ…

আমেৰিকাৰ পৰা যুদ্ধবিমানৰ ইঞ্জিন ক্রয় কৰিব ভাৰতে

🔹 ট্রাম্পৰ শুল্ক বোমাৰ উত্তেজনাৰ মাজতে নতুন দিল্লীৰ বৃহৎ চুক্তি নিউজ ডেস্ক, ২৮ আগষ্ট : মার্কিন ৰাষ্ট্রপতি ট্রাম্পে অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ আমেৰিকা আৰু ভাৰতৰ মাজত চলি থকা উত্তেজনাৰ মাজতে প্রতিৰক্ষা খণ্ডত বৃহৎ চুক্তি সম্পন্ন…

গুৱাহাটীত Covid-19-সদৃশ ভয়াৱহ ৰোগৰ প্ৰাদুৰ্ভাৱ, আতংকিত অঞ্চলবাসী

Covid19ৰ দৰে আন এক ভয়াৱহ ৰোগৰ গ্ৰাসত পৰিছে মহানগৰীৰ ধীৰেনপাৰা অঞ্চল।অঞ্চলটোৰ সকলো লোকে এতিয়া খোজ কাঢ়ে খোৰা হৈ। মহানগৰীৰ ধীৰেনপাৰা উজ্বল নগৰত প্ৰাদুৰ্ভাৱ হৈছে এই অচিন ৰোগৰ। ঘৰে ঘৰে দেখা দিছে এই ৰোগ। অঞ্চলটোৰ শতাধিকতকৈ অধিক লোক আক্ৰান্ত হৈছে…

বন আৰু বন্যপ্রাণী বিভাগত খালী পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বন আৰু বন্যপ্রাণীৰ বিভাগত খালী হোৱা পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

দেৱব্ৰত শইকীয়া বিজেপিৰ এজেণ্ট, অখিলৰ মহাবিস্ফোৰণ

অসমত কংগ্ৰেছৰ বাহিৰে অন্যান্য বিৰোধী দলসমূহ একত্ৰিত হবলৈ সাজু হৈ আছে। এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। তেওঁ কয়- বিৰোধী একত্ৰীকৰণত কংগ্ৰেছ দলে ধিলাধিলি কৰি আছে। কংগ্ৰেছ দলৰ নেতাই আজি কয় এটা কাইলৈ কয় এটা। অসমত ১৬টা বিৰোধী ৰাজনৈতিক দল…

আইপিএলৰ পৰাও অৱসৰ গ্রহণ ৰবিচন্দ্রন অশ্বিনৰ

নিউজ ডেস্ক, ২৮ আগষ্ট : আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পিছত আইপিএলৰ পৰাও অৱসৰ গ্রহণ কৰিলে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে৷ তেওঁৰ এই আকস্মিক সিদ্ধান্তই ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ চেন্নাই ছুপাৰ…