জম্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণত অসমৰ BSF জোৱানৰ মৃত্যু
জম্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰবল বানপানীৰ কবলত পৰি মৃত্যু কাছাৰৰ এক BSF জোৱানৰ। কৰ্তব্যৰত অবস্থাত মৃত্যু হৈছে ৰাজীৱ নুনিয়া নামৰ জোৱানজনৰ। নিহত জোৱানজনৰ ঘৰ কাছাৰৰ জিলাৰ উধাৰবন্ধ দয়াপুৰত। পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল ২৩ বছৰীয়া…