গুৱাহাটীত অতিৰিক্ত কৰ আয়ুক্তৰ বাসগৃহত ৰেইড ভিজিলেঞ্চৰ, হতবাক অভিযানকাৰী দল
অতিৰিক্ত কৰ আয়ুক্ত চাকিল ছাদুল্লাৰ বাসগৃহত অভিযান চলাইছে তদাৰকী কোষে। আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত অভিযান মুখ্যমন্ত্ৰী তদাৰকী কোষে। লখিমীনগৰৰ শুভম এনক্লেভৰ ব্লক Aৰ তৃতীয় মহলাত চলিছে অভিযান।
সমান্তৰালকৈ বিনায়ক পথৰ হাউচ নম্বৰ ২১তো আন এটা দলে…