চীন-পাকিস্তান সীমান্তত মোতায়েন কৰা হ’ব ভৈৰৱ কমাণ্ডো বাহিনী
সীমান্তত শত্রুক তীব্র প্রত্যাহ্বান জনোৱাৰ লগতে ধ্বংস কৰাৰ বাবে ভাৰতে নতুন বিশেষ প্রশিক্ষণপ্রাপ্ত বেটেলিয়ন গঠন কৰিছে৷ কার্গিল দিৱসৰ দিনাই সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে সীমান্তৰ শত্রুক ধ্বংস কৰাৰ বাবে ভাৰতৰ সেনাৰ এই পৰিকল্পনা…