নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জম্মু-কাশ্মীৰত প্রচণ্ড বৰষুণ, মেঘ বিস্ফোৰণৰ ফলত ধ্বংসলীলা

জম্মু-কাশ্মীৰত প্রচণ্ড বৰষুণে বিপৰ্যয় সৃষ্টি কৰিছে। আজি ডোডা জিলাত মেঘ বিস্ফোৰণৰ ফলত ভয়ংকৰ ধ্বংসলীলা ঘটিছে। এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে আৰু ১৫টা ঘৰ ক্ষতিগ্রস্ত হৈছে। ক্ষতিগ্রস্ত অঞ্চলত বর্তমান উদ্ধাৰ অভিযান চলি আছে যদিও ভৌগোলিক…

টুপামাৰীত নিশা দুই শিক্ষানুষ্ঠানত চোৰৰ লুটপাত

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : কামৰূপৰ টুপামাৰীত আৰক্ষী চকীৰ নিচেই কাষতে সংঘটিত হৈছে চুৰিকাণ্ড। দুখনকৈ শিক্ষানুষ্ঠানত চোৰে নিশা চলায় তাণ্ডৱ | আৰক্ষী চকীৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত থকা দুখনকৈ শিক্ষানুষ্ঠানত যোৱানিশা সংঘটিত হয় এই চাঞ্চল্যকৰ…

পুৰুষ সংগীৰ সৈতে অত্যধিক সুৰাপান ! কলকাতাৰ অতিথিশালাত পঞ্জাবৰ নৰ্তকীৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ২৬ আগষ্ট : সুদূৰ পঞ্জাবৰ পৰা কলকাতালৈ অহা নৰ্তকীৰে অঘটন। কলকাতাৰ এখন হোটেলত পুৰুষ সংগীৰ সৈতে অত্যধিক সুৰাপান কৰিছিল নৰ্তকীয়ে। পিছে কলকাতাৰ আনন্দপুৰৰ উক্ত অতিথিশালাৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় নৰ্তকীৰ নিথৰ দেহ। চিকিৎসালয়লৈ…

এছিয়া কাপ ২০২৫ৰ ছটা দলৰ স্কোৱাড ঘোষণা, জানক তাৰকাৰ খেলুৱৈৰ সম্পূৰ্ণ সূচী

এছিয়া কাপ ২০২৫লৈ এতিয়া মাত্ৰ দুই সপ্তাহ বাকী আছে। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই টুৰ্ণামেণ্টত মুঠ ৮টা দল অংশগ্ৰহণ কৰিব। ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপত আছে আৰু দুয়োটা দলেই নিজ নিজ স্কোৱাড ঘোষণা কৰিছে। দুয়োটা গ্ৰুপৰ তিনিটাকৈ দলে…

বিশ্বনাথ–ধিঙত জাননী লাভৰ পাছতে ঘৰ ভাঙি আঁতৰিছে বেদখলকাৰী

বিশেষ বার্তা, বিশ্বনাথ, ২৬ আগষ্ট : বিশ্বনাথত বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ জাননী প্রেৰণৰ পাছতেই এইবাৰ ঘৰ–দুৱাৰ ভাঙি স্থান এৰাৰ প্রস্তুতি চলাইছে নিজ বাঘমাৰীৰ একাংশ বেদখলকাৰীয়ে৷ বিশ্বনাথৰ নিজ বাঘমাৰীৰ প্রায় ৪৫০টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী…

খুমটাইত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন যুৱক

গোলাঘাট জিলাৰ খুমটাইৰ কমাৰগাঁও থানাৰ অন্তৰ্গত বৰুৱাগাঁও-গেলেকীয়ালৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱক থিতাতে নিহত হয়। নিশা কমাৰগাঁও দিশৰ পৰা নিজ গৃহলৈ এএছ ০৫ এ ৫১২১ নম্বৰ মটৰচাইকেলেৰে আহি থকা অৱস্থাত অচিনাক্ত…

কাইলৈ নগাঁৱত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান, আৰক্ষীৰ ফ্লেগমাৰ্চ

মধ্য অসমত কাইলৈ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ চৰকাৰী ভূমিত থকা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ বৃহৎ আৰক্ষীৰ দলে উচ্ছেদ…

বশিষ্ঠ আৰক্ষীৰ জালত তিনি কুখ্যাত চোৰ, মাষ্টাৰমাইণ্ড আকাশকো গ্ৰেপ্তাৰ

পুনৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে তিনি কুখ্যাত চোৰ। গ্ৰেপ্তাৰ হাতীগাঁওৰ কুখ্যাত চোৰ আকাশ সৰকাৰ, লখৰাৰ সঞ্জয় বাচক আৰু ৰতন হালৈ। ১৫ দিন পূৰ্বে বনগাঁৱৰ এটা বাসগৃহৰ পৰা লুটি নিছিল সোণৰ গহনাসহ অন্যান্য সামগ্ৰী। চুৰিকাৰ্যৰ মূল মাষ্টাৰমাইণ্ড আছিল…

ভাৰতীয় আকাশমার্গত ৬ পাকিস্তানী ড্রোনৰ বিচৰণ, জম্মু–কাশ্মীৰত অভিযান আৰম্ভ নিৰাপত্তা বাহিনীৰ

নিউজ ডেস্ক, ২৬ আগষ্ট : জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাৰ এলঅ’চিৰ সমীপত ৬ পাকিস্তানী ড্রোনৰ বিচৰণ প্রত্যক্ষ হোৱাৰ পিছতেই সমগ্র অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে৷ এলঅ’চিৰ সমীপৰ ভাৰতীয় আকাশমার্গত ৬ পাকিস্তানী ড্রোনৰ বিচৰণ প্রত্যক্ষ কৰাৰ…

দক্ষিণ আফ্রিকাত ৬৩,০০০ HIV ৰোগীৰ হাহাকাৰ

🔹 আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰ বিশ্ব স্বাস্থ্য সংস্থালৈ অনুদান বন্ধৰ ভয়ংকৰ ৰূপ নিউজ ডেস্ক, ২৬ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে দ্বিতীয়বাৰ কার্যভাৰ গ্রহণ কৰিয়ে ড’নাল্ড ট্রাম্পে বিশ্ব স্বাস্থ্য সংস্থালৈ অনুদান বন্ধ কৰাৰ…