নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সুকন্যা : শিক্ষার্থী-অভিনেত্রী ৰিতিষা খাউণ্ডৰে সাক্ষাৎকাৰ

সুকন্যা : সন্দেহ–সংকোচবোধৰ পৰাই উন্মেষ ঘটে নতুন চিন্তাৰ সাক্ষাৎ : নৱ কুমাৰ শর্মা ফোন : ৯৯৫৪৫–৯০১৩৩ পৃথিৱীজুৰি সুখ্যাতি থকা এখন বিশেষ মহিলা আলোচনী ‘ফেমিনা’৷ এই আলোচনীখনৰ শেহতীয়া সংখ্যাৰ পাতত ফটোসহ এটি লেখাৰে উজলিছে এগৰাকী কম বয়সীয়া অসম…

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্রী অভিযুক্ত ফৌজদাৰী গোচৰত

🔹 সংবিধান সংশোধন বিধেয়কৰ বিতর্কৰ মাজতে পোহৰলৈ ভয়াৱহ তথ্য নিউজ ডেস্ক, ২৪ আগষ্ট : সংবিধান সংশোধন বিধেয়কৰ জৰিয়তে অপৰাধমূলক গোচৰত জড়িত প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্রীক অপসাৰণৰ বিতর্কৰ মাজতে দেশৰ মুখ্যমন্ত্রী আৰু কেন্দ্রীয় মন্ত্রী…

East Zone Yoga : নগৰবেৰাৰ মৃগেশ ঠাকুৰীয়াৰ স্বৰ্ণ পদক, উলাহৰ বন্যা

East Zone Yoga : তেজপুৰৰ দিল্লী পাব্লিক স্কুলত যোৱা (২০-২৩ আগষ্ট) অনুষ্ঠিত ইষ্ট জ’ন (ভুবনেশ্বৰৰ পৰা নৰ্থ-ইষ্ট লৈ)অনুষ্ঠিত চিবিএছই স্কুল পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত নগৰবেৰা পিজুপাৰাৰ মৃগেশ ঠাকুৰীয়াই পশ্চিমবঙ্গৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই চুড়ান্ত…

Cachar News : কাটিগড়াত পুনৰ আটক দুই ৰহিংগা যুৱতী, দালালো আটক

Cachar News : কাছাৰৰ কাটিগড়াত পুনৰ আটক কৰা হৈছে দুই ৰহিংগা যুৱতী। কাটিগড়া হিলাৰা ৰেল ষ্টেচনৰ পৰা আটক কৰা হৈছে ৰহিংগা যুৱতীদ্বয়ক। লগতে আটক কৰা হৈছে স্থানীয় এজন দালাল। যোৱা কেইদিন ধৰি কাছাৰৰ কাটিগড়াত ইজনৰ পাছত সিজন ৰহিংগা নাগৰিক আটক হৈছে।…

Pujara Retire : ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ চেটেশ্বৰ পূজাৰাৰ

Pujara Retire : ভাৰতীয় ক্ৰিকেটাৰ তাৰকা বেটছমেন চেটেশ্বৰ পূজাৰাই আজি ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। তেওঁ সামাজিক মাধ্যমত এক আৱেগিক পোষ্টত লিখিছে, “ভাৰতীয় জাৰ্চি পিন্ধা, ৰাষ্ট্ৰীয় সংগীত গোৱা আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দি নিজৰ…

Sipajhar News : জন্মদিনৰ অনুষ্ঠানত প্ৰসাদ খাই খাদ্যত বিষক্ৰিয়া, চিকিৎসাধীন কেইবাগৰাকী

Sipajhar News : ছিপাঝাৰৰ গোৱালঝাৰত খাদ্যত বিষক্ৰিয়াৰ এক ঘটনা সংঘটিত হৈছে। গাঁৱৰ এটা পৰিয়ালৰ জন্মদিনৰ অনুষ্ঠানত প্ৰসাদ খাই অসুস্থ হৈ পৰে লোককেইজন। ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰো হৈছে প্ৰায়…

Kaziranga News : কাজিৰঙাত দুটাকৈ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু

Kaziranga News : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত দুটাকৈ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু। বুঢ়াপাহাৰ বনাঞ্চলৰ পানীজুৰী বন শিবিৰ এলেকাত শনিবাৰে এটা বাঘৰ মৃত্যু হোৱাৰ লগতে আনটো দুদিন পূৰ্বে মৃত্যু হয় বাগৰি বনাঞ্চলৰ পশ্চিম…

Duburi Breaking : বাংলাদেশৰ মৌলবাদী সংগঠনৰে জড়িতৰ সন্দেহত ধুবুৰীত গ্ৰেপ্তাৰ এজন

Duburi Breaking : ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ লক্ষ্মীমাৰী গাঁৱৰ দুজন ব্যক্তিলৈ বাংলাদেশৰ কুখ্যাত জামাত ই ইছলামীৰ ভাবুকি ভৰা Voice Message প্ৰেৰণ কৰাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধুবুৰী জিলা আৰক্ষী। গ্ৰেপ্তাৰ…

গুৱাহাটীত পুনৰ Hit and Run কাণ্ড, আহত যুৱ সাংবাদিক

নিশা মহানগৰীত পুনৰ Hit and Run ৰ ঘটনা সংঘটিত হৈছে। গণেশগুৰি জু ৰোড সংযোগী উৰণ সেতুৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। এখন স্কুটীক মহটিয়াই নিলে তীব্ৰ বেগী বগা ৰঙৰ চাৰিচকীয়া বাহনে। ঘটনা সংঘটিত কৰি পলায়ন কৰে তীব্ৰবেগী বাহনখনে। নিশা প্ৰায় ১২.২০ৰ…