Kahinoor Theatre : কহিনুৰৰ থিয়েটাৰৰ মঞ্চত অঘটন, প্ৰেক্ষাগৃহত হাহাকাৰ
Kahinoor Theatre : আৰম্ভ হৈছে থিয়েটাৰ এই বৰ্ষৰ যাত্ৰা। এই যাত্ৰাতেই ঘটিল এক অঘটন। কহিনুৰৰ থিয়েটাৰৰ মঞ্চত সেই অঘটন সংঘটিত হৈছে। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত কলা ধোঁৱাই ছানি ধৰে প্ৰেক্ষাগৃহৰ ভিতৰ ভাগ। ফলত দৰ্শকেৰে ভৰি থকা প্ৰেক্ষাগৃহত হাহাকাৰ…