নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

লস্কৰক অস্ত্ৰ যোগান ! চাকৰিৰ পৰা বৰ্খাস্ত কাশ্মীৰ চৰকাৰৰ ২ কৰ্মচাৰী

নিউজ ডেস্ক, ২২ আগষ্ট : সন্ত্ৰাসবাদী কাৰ্যকলাপৰে জড়িত থকাৰ অভিযোগত জম্মু-কাশ্মীৰ চৰকাৰৰ দুগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। লেফটেনেণ্ট গৱৰ্নৰ মনোজ সিনহাৰ নিৰ্দেশত এয়া কাৰ্যকৰী কৰা হৈছে। অভিযোগ কৰা হৈছে যে অভিযুক্তসকল অস্ত্ৰ…

BTR News : বিধানসভাৰ অধ্যক্ষৰ আধাৰশিলা ভাঙি চূৰ্ণ-বিচূৰ্ণ দুৰ্বৃত্তৰ, ভেৰগাঁৱত নিৰ্বাচনী হিংসা

BTR News : বিটিআৰত নিৰ্বাচনী গৰম বতাহ চলি থকা সময়তেই ভেৰগাঁৱত প্ৰাক নিৰ্বাচনী হিংসা আৰম্ভ। নিৰ্বাচনৰ দিন ঘোষণা নৌহওঁতেই ভেৰগাঁৱত আৰম্ভ হৈছে কুটিল ৰাজনীতি ৷ সমষ্টিটোত বিজেপিৰ ব্যাপক উত্থানত শংকিত একাংশই এতিয়া ভেৰগাঁও পৰিষদীয় সমষ্টিত সৃষ্টি…

Amingaon News : আমিনগাঁৱত গণপ্ৰহাৰত চোৰৰ থিতাতে মৃত্যু, আটক কেইবাজনো

Amingaon News :  আমিনগাঁৱত গণপ্ৰহাৰৰ এক ঘটনা সংঘটিত হৈছে। এই গণপ্ৰহাৰত এটা চোৰৰ মৃত্যু হৈছে। আমিনগাঁও লাচিতপুৰৰ এখন দোকানৰ সন্মুখৰ পৰা স্কুটী চুৰি কৰিবলৈ লওঁতেই হাতেলোটে ধৰা পৰে চোৰটো। চোৰটোক ধৰাৰ পিছতে উত্তপ্ত হয় আমিনগাঁও। ফলত গণপ্ৰহাৰত…

Guwahati News : কিশোৰীক অন্তঃসত্ত্বা পাষণ্ড বিপ্লৱৰ, গুৱাহাটীত জঘন্য কাণ্ড

Guwahati News : আন এক লজ্জাজনক কাণ্ড সংঘটিত হৈছে গুৱাহাটীত। গুৱাহাটী মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। এগৰাকী ১৫ বছৰীয়া কিশোৰীক অন্তঃসত্ত্বা কৰিলে এজন যুৱকে। বিপ্লৱ ঠাকুৰীয়া নামৰ যুৱকজনৰ বিৰুদ্ধে অভিযোগ উঠাইছে ভুক্তভোগী…

সংসদৰ নিৰাপত্তাত সুৰুঙা, দেৱাল পাৰ হৈ সোমাল অচিনাক্ত ব্যক্তি

নিউজ ডেস্ক, ২২ আগষ্ট : সংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰত সুৰুঙা! এইবাৰ এজন অচিনাক্ত যুৱকে দেৱালত উঠি প্ৰৱেশ কৰে সংসদত। অৱশ্যে সংসদত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক নিৰাপত্তাৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰে। শুকুৰবাৰে পুৱা হঠাতে অচিনাক্ত ব্যক্তিজনে সংসদত…

Cachar News : ভাৰত-বাংলা সীমান্তত আটক ৰহিংগা নাগৰিক, সোধাপোছাত স্বীকাৰ

Cachar News : কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ শিশু মহিলাসহ ৯জনকৈ ৰহিংগা নাগৰিকক আটক কৰা হৈছে। সীমান্ত পাৰ হৈ বাংলাদেশলৈ ওভতাৰ সময়ত স্থানীয় লোকে আটক কৰে ৰহিংগা নাগৰিককেইজনক। বাংলাদেশ সীমান্তৰ কাছাৰৰ কাটিগড়া চাপ্লাইগেটত পুনৰ স্থানীয় ৰাইজৰ…

Rangia News : ফাৰ্মাচীৰ ভিতৰলৈ মাতি নি যৌন উৎপীড়ন লম্পট শিক্ষক ৰফিকুলৰ

Rangia News : গুৰু-শিষ্যৰ সম্পর্কত কালিমা সানিলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰূপী লম্পটে। অভিযোগ অনুসৰি, নিজ বিদ্যালয়ৰ ১৩ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰিলে ইংৰাজীৰ শিক্ষক ৰফিকুল হুছেইনে। ভুক্তভোগীৰ পৰিয়ালে ন্যায় বিচাৰি…

আৰম্ভ ভ্ৰাম্যমাণৰ বতৰ : চমক দিবলৈ সাজু প্ৰতিটো নাট্যদল

যোগেশ কলিতাৰ বিশেষ প্ৰতিবেদন, ২২ আগষ্ট অসমত আৰম্ভ হল ভ্ৰাম্যমাণ থিয়েটাৰ-ৰ বতৰ। জনপ্ৰিয় তাৰকাক প্ৰতিটো নাট্যদলে ইতিমধ্যে আখৰা সামৰি দৰ্শকৰ মাজলৈ লৈ আহিছে এই বছৰৰ তেওঁলোকৰ ব্যয়বহুল নাটকসমূহ। প্ৰতিযোগিতামূলক ভাবধাৰাৰে দৰ্শকৰ মাজলৈ অহা…

Earthquake at Drake Passage : দক্ষিণ আমেৰিকাত ৭.৫ মাত্ৰাৰ শক্তিশালী ভূমিকম্প

Earthquake at Drake Passage :  দক্ষিণ আমেৰিকাৰ দক্ষিণতম প্ৰান্ত আৰু এন্টাৰ্কটিকাৰ মধ্যৰ ড্ৰেক পাছেজত ৭.৫ মাত্ৰাৰ এক শক্তিশালী ভূমিকম্পৰ কম্পন ইনুভূত হৈছে। এইক কথা আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা (ইউ এছ জি এছ)ৰ পৰা জানিব পৰা গৈছে। এই কম্পনৰ…