Breaking News : উমৰাংছু কয়লা খনি ট্রেজেডী, মেনেজাৰ জামালক গ্ৰেপ্তাৰ
Breaking News : ডিমা হাছাও জিলাৰ উমৰাংছু কয়লা খনি দুৰ্ঘটনাত ৯জন শ্রমিকৰ মৃত্যুৰ ঘটনাত এটা ডাঙৰ আপডেট। অবৈধ খনিখনৰ মেনেজাৰ জামাল আলীক আজি হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, তেওঁক শীঘ্ৰে ডিমা…