নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নলবাৰীত সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱাৰ আবক্ষ মূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : শিক্ষা, সাহিত্য আৰু প্ৰকাশন উদ্যোগলৈ হৰিনাৰায়ণ দত্ত বৰুৱাই আগবঢ়োৱা অৱদানে অসমৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ আন এক মাত্ৰা কঢ়িয়াই আনিছিল । শিক্ষা, সংস্কৃতি আৰু মুদ্ৰণ-প্ৰকাশন জগতলৈ অনন্য অৱদান আগবঢ়াই থৈ গৈছে সাহিত্যৰত্ন…

চৰকাৰী পুঁজিৰ অপব্যৱহাৰ : প্রাক্তন ৰাষ্ট্রপতিক গ্রেপ্তাৰ চিআইডিৰ

নিউজ ডেস্ক, ২৩ আগষ্ট : চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগত শ্রীলংকাৰ প্রাক্তন ৰাষ্ট্রপতি ৰনিল ৱিক্রমেসিংহেক ৰাজধানী কলম্বোত গ্রেপ্তাৰ কৰে চিআইডিয়ে৷ ৰাষ্ট্রপতি হৈ থকা সময়ছোৱাত চৰকাৰী পুঁজিৰে গ্রেট ব্রিটেইন ভ্রমণ ব্যক্তিগত কাৰণত কৰাৰ অভিযোগত…

পাব্লিক হেলথ ইঞ্জিনীয়াৰিং বিভাগত ১৮৭টা পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ১৩ ছেপ্টেম্বৰ আছাম পাব্লিক ছার্ভিচ কমিছনে প্রকাশ কৰা বিজ্ঞাপন অনুসৰি পাব্লিক হেলথ ইঞ্জিনীয়াৰিং বিভাগত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

কুকুৰপ্রেমীৰ বৃহৎ জয়, গৰাকীবিহীন বাটৰ কুকুৰক পঠাব নোৱাৰিব আশ্রয় কেন্দ্রলৈ

🔹 পূর্বৰ ৰায় সংশোধন উচ্চতম ন্যায়ালয়ৰ নিউজ ডেস্ক, ২৩ আগষ্ট : ৰাজধানী দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ গৰাকীবিহীন বাটৰ কুকুৰক আঁতৰ কৰি আশ্রয় কেন্দ্রলৈ পঠিওৱাৰ ৰায়ক লৈ তীব্র বিতর্ক আৰু প্রতিক্রিয়া সৃষ্টি হোৱাৰ পিছত উচ্চতম…

‘ভাৰত ফেৰাৰী, পাকিস্তান ডাম্পাৰ’, পাক সেনাৰ মুৰব্বী মুনিৰক প্রত্যুত্তৰ প্রতিৰক্ষা…

নিউজ ডেস্ক, ২৩ আগষ্ট : পাক সেনাৰ মুৰব্বী ফিল্ড মার্ছাল অছিম মুনিৰে দেশখনৰ অর্থনীতিক লৈ কৰা বক্তব্যক গৰিহণা ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ পাকিস্তানৰ অর্থনীতি আৱর্জনাৰে ভৰা ট্রাক বুলি মন্তব্য কৰা সেনাৰ মুৰব্বী ফিল্ড মার্ছাল মুনিৰক…

মহাষ্টমীত গুৱাহাটীত ভাৰত–শ্রীলংকাৰ মেচ

🔹 মহিলা এদিনীয়া বিশ্বকাপৰ সূচী সলনি : বেংগালুৰুৰ পৰা মেচ স্থানান্তৰ নিউজ ডেস্ক, ২৩ আগষ্ট : ৰাজ্যবাসীৰ বাবে সুখবৰ৷ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ উদ্বোধনী মেচখন৷ ৩০ ছেপ্টেম্বৰত মহাষ্টমীৰ…

যোৰহাটত এইডছৰ ভয়াৱহ সংক্রমণ : প্রতিমাহে আক্রান্ত ৩০

🔹 ড্রাগছ আসক্ত ছাত্রৰ দেহত ধৰা পৰিল এইচআইভি বিশেষ বার্তা, ২৩ আগষ্ট : যোৰহাটত দীর্ঘদিনে চলি থকা ড্রাগছৰ অবাধ প্রচলনৰ ভয়ংকৰ ৰূপ প্রতিফলিত হৈছে৷ এহ ড্রাগছৰ বাবেই জিলাখনৰ বিভিন্ন প্রান্তত প্রতিনিয়ত হত্যা–হিংসাৰ ঘটনা সংঘটিত হৈ অহাৰ পিছত এইবাৰ…

অনলাইন গেমিং বিল

দীর্ঘসময় ধৰি যুৱপ্রজন্মক অনলাইন জুৱাই আচ্ছন্ন কৰি ৰাখিছে৷ অনলাইন গেমিং প্লেটফর্মসমূহে চলাই অহা হাজাৰ হাজাৰ কোটি টকাৰ লেনদেনক লৈও চলি আহিছে বিভিন্ন বিতর্ক৷ অভিযোগ অনুসৰি এই অনলাইন জুৱাৰ কবলত পৰি অসংখ্য লোক প্রচুৰ আর্থিক ক্ষতিৰ সন্মুখীন হৈছে৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ আগষ্ট, ভাদ মাহৰ ৬ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণ অমাৱস্যা, নক্ষত্র : মঘা, যাত্রা : নাই মেষ : অবাঞ্ছিত লোকৰ পৰা সতর্ক থাকক৷ কিন্তু সামগ্রিকভাৱে দিনটো ভালদৰে পাৰ হ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ পোছাক পিন্ধিব৷ যাত্রা কৰিব পাৰে৷ শুভ সংখ্যা ১৷…

Assam News : আত্মসহায়ক গোটৰ ৩৪ হাজাৰ মহিলাক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

Assam News : নলবাৰী জিলাৰ ৩৯নং নলবাৰী সমষ্টিৰ গ্ৰাম্য চহৰ ঘগ্রাপাৰত মুখ্যমন্ত্রীৰ মহিলাৰ উদ্যমিতা আঁচনিৰ চেক আজি আনুষ্ঠানিকভাবে বিতৰণ কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১১ বজাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত  পিএমশ্রী…