ধুবুৰীত গদাধৰ নৈৰ দাঁতিত অধিবক্তাৰ মৃতদেহ উদ্ধাৰ : চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : ধুবুৰী চহৰৰ মেলা ময়দানৰ সমীপৰ গদাধৰ নৈৰ দাঁতিত আজি পুৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য।
ব্যক্তিজনৰ পৰিয়ালৰ লোকে সদৰী কৰা মতে, পেছাত ধুবুৰী আদালতৰ এগৰাকী অধিবক্তা আৰু চহৰখনৰ…