CEC-ৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তুতি বিৰোধীৰ, আজি বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা!
CEC vs SIR : ভাৰতৰ নিৰ্বাচন আয়োগ (ECI) আৰু বিৰোধী দলৰ মাজত বিশেষ গভীৰ পুনৰীক্ষণ (SIR)ক লৈ চলি থকা বিতৰ্ক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। সূত্ৰৰ মতে, বিৰোধী দলৰ নেতাসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ আনিবলৈ…